• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগা চুক্তি সন্দৰ্ভত সীমান্ত শান্তি সমন্বয় সমিতি (অসম-নাগালেণ্ড)ৰ সদ্দিচ্ছামূলক আলোচনা সভা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 23, 2017 8:48 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত বসবাস কৰা লোক সকলৰ মাজত এক বন্ধুত্বপূৰ্ণ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে  যোৰহাটৰ নকছাৰিত শুক্ৰবাৰে এখন সদ্দিচ্ছামূলক আলোচনা সভা অনুষ্ঠিত হয়। সীমান্ত শান্তি সমন্বয় সমিতিয়ে (অসম-নাগালেণ্ড) আয়োজন কৰা উক্ত সভাখন নকছাৰিৰ দৰিকাল গাঁৱত অৱস্থিত সংগঠনটোৰ সভাপতি বি পি বৰাৰ বাসগৃহত অনুষ্ঠিত হয়। উক্ত সভাত মূলত কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত স্বাক্ষৰিত নাগা শান্তি চুক্তিয়ে সীমান্তৱৰ্তী অঞ্চল সমূহৰ ৰাইজৰ মাজত সৃষ্টি কৰা বিভ্ৰান্তি আৰু শংকাৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয়। শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ উভয় পক্ষৰ সদস্যসকলে মত আগবঢ়ায় যে শান্তিপ্ৰিয় লোকসকলৰ মাজত এই ধৰণৰ বিভ্ৰান্তি সৃষ্টিৰ অন্তৰালত বিশেষ কিছুমান শক্তি জড়িত থাকে অন্যথা তেওঁলোকে শান্তিপূৰ্ণ জীৱন যাপন কৰি আহিছে। সীমান্ত শান্তি সমন্বয় সমিতিয়ে (অসম-নাগালেণ্ড)ৰ কাৰ্যকৰী সদস্য মেদেলুৱাজানৰ প্লাৱন গগৈয়ে কয় যে নাগালেণ্ডৰ ৱখা জিলাৰ গাঁও আৰু যোৰহাট জিলাৰ তিতাবৰ উপ-সংমণ্ডলৰ সীমান্তৱৰ্তী গাঁও সমূহৰ মাজত আয়োজন কৰা বাৰ্ষিক ভলীবল টুৰ্ণামেণ্টখন ২০০৩ চনৰে পৰা সফলতাৰে চলি আহিছে, য’ত দুইখন ৰাজ্যৰ চুবুৰীয়া লোকসকলে যথেষ্ট উৎসাহেৰে ভাগ লৈ আহিছে। ‘আমি কোনো সমস্যা নোহোৱাকৈ আমাৰ প্ৰতিৱেশী নাগা লোকসকলৰ লগত সুখেৰে বাস কৰি আহিছো।’ গগৈয়ে কয়। মোককচাং জিলাৰ আওচেনদেন গাঁৱৰ সদস্য লিকক আৱে বৰ্তমান বিশেষকৈ অসমৰ সংবাদ মাধ্যম সমূহে সত্যক বিকৃত কৰি সংবাদ পৰিৱেশন কৰি আহিছে বুলি মন্তব্য কৰে। এনে সংবাদক তেওঁ ঢোল পিতাৰ লগত তুলনা কৰি কয় ‘ঢোলৰ মাত যথেষ্ট ডাঙৰ কিন্তু ঢোলটো খুলি পেলালে তাৰ ভিতৰত বিশেষ একো নাথাকে।’ সভাখনত অসমৰ সংবাদ কৰ্মী মৃণাল তালুকদাৰ আৰু অতনু ফুকনক সংগঠনটোৰ সদস্য সকলক কেনেদৰে পৰিস্থিতিটোৱে সৃষ্টি কৰা বিভ্ৰান্তিক চম্ভালিব পাৰি তাৰ পৰামৰ্শ দিবলৈ আমন্ত্ৰণ কৰি অনা হয়। কেন্দ্ৰীয় চৰকাৰ তথা খুদ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে নাগা চুক্তিৰ স্বাক্ষৰিত কৰোতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি নিশ্চয়তা প্ৰদান কৰিছিল বুলি সংগঠনটোৰ সদস্য সকলে মন্তব্য কৰে। উক্ত পৰিস্থিতি সংগঠনটোৱে উভয় পক্ষৰ পৰা বিষয়টোত জড়িত সকলো সংশ্লিষ্ট লোককে সীমান্তৱৰ্তী লোকসকলক বিপথে পৰিচালিত নকৰিবলৈ আৰু শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd