• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰ অগপৰ গণ স্বাক্ষৰ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 1:47 pm
অসম
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন৷ অসমে কেতিয়াও হিন্দু বাংলাদেশীৰ বোজা গ্ৰহণ নকৰে বুলি দাবী উত্থাপন কৰি ভিন্ন দল-সংগঠনসমূহে ৰাজপথলৈ ওলাই আহি বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷

আনহাতে হিন্দু বাংলাদেশীৰ সংস্থাপনে অসমত অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব বুলি দাবী উত্থাপন কৰি দল-সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিজন অসমীয়াক ওলাই আহিবলৈ আহ্বান জনাইছে৷

Apply Now

হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে  বিজেপি মিত্ৰজোঁট চৰকাৰৰ অন্যতম অংশীদাৰী দল অসম গণ পৰিষদ৷

সোমবাৰে পুনৰ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতিবাদ জনাইছে অসম গণ পৰিষদৰ কলিয়াবৰ শাখাই৷ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত সোমবাৰে পুৱাৰ পৰা অসম গণ পৰিষদৰ কলিয়াবৰ শাখাই কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰতিবাদ সাব্যস্ত কৰে৷

আনহাতে বোকাখাততো অগপই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ সহস্ৰাধিক অগপ নেতা-কৰ্মীয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে৷

উল্লেখযোগ্য যে অগপই বিধেয়কখনৰ বিৰুদ্ধে সকলো অসমীয়াক একত্ৰিত হ’বলৈ আহ্বান জনাই সোমবাৰৰ পৰা গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী হাতত লৈছে৷ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে কেইবাটাও স্থানীয় দল- সংগঠনে এই গণ স্বাক্ষৰ অভিযান কাৰ্যসূচীত সহযোগ আগবঢ়াইছে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd