• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত ফুলগুৰিত গণ স্বাক্ষৰ অভিযান

মিন্টূ দাস by মিন্টূ দাস
May 27, 2018 10:38 am
গণস্বাক্ষৰ অভিযান, নগাঁও
105
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনেৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত হিন্দু-বাংলাদেশী সংস্থাপন কৰাৰ অভিসন্ধিৰ বিৰুদ্ধে ৰহা সমষ্টিত প্ৰতিবাদী কাৰ্যসূচীয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

শনিবাৰে অগপৰ ৰহা সমষ্টিৰ জাগীয়াল জিলা পৰিষদ সমিতিৰ উদ্যোগত গণ-স্বাক্ষৰ কাৰ্যসূচী ফুলিগুৰিত ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাওঁ জিলা সমিতিৰ সভাপতি অতুল চন্দ্ৰ মেধিয়ে।

অগপৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পদ্ম গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰি কয় যে- বৃটিছৰ শাসন-শোষণৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰিত হৈছিল, কৃষক শ্বহীদ হৈছিল, পংগু হৈছিল আৰু কলীয়াপানীত কাৰাবাস খাতিব লগা হৈছিল।

ঐতিহাসিক অসম আন্দোলনত জপিয়াই পৰি এই অঞ্চলত ২৫ জনকৈ অধিক শ্বহীদ হৈছিল আৰু সহস্ৰজন পংগু হৈছিল। এতিয়া এই বিধেয়কখনৰ বিৰুদ্ধেও ফুলগুৰিত সহস্ৰজনে আত্মবলিদান দিবলৈও সাজু হৈ আছে।

হাজাৰৰো অধিক ব্যক্তিয়ে স্বাক্ষৰ কৰা এই কাৰ্যসূচী জাগীয়াল জিলা পৰিষদ সমিতিৰ সভাপতি ভুৱনেশ্বৰ শৰ্মা, জিলা সমিতিৰ সংগঠনিক সম্পাদক কেশৱ চন্দ্ৰ দাস, সহ-সম্পাদক চন্দ্ৰ প্ৰসাদ বৰা, ভবেন্দ্ৰ বাগীশ, নাৰায়ণ ভূঞা, সন্তৰাম হাজৰিকা, চন্দ্ৰ শইকীয়া, নৰেন বৰা, সুন্তী হাজৰিকাকে ধৰি কেবা শতাধিক অগপ নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

অনিল আম্বানীৰ ৩ হাজাৰ কোটিৰ ঋণ জালিয়াতিৰ গোচৰত প্ৰথমজন ব্যক্তিক গ্ৰেপ্তাৰ

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! প্ৰাণ হেৰুৱালে ৫টাকৈ শিশুৱে

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত ৰাজ্য চৰকাৰৰ প্ৰৱঞ্চনাক তীব্ৰ গৰিহণা প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

গুৱাহাটীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীঃ মহানগৰবাসীক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ বতৰ বিজ্ঞান বিভাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd