• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

নামচাইত সেনাৰ কনভয়ত আক্ৰমণৰ ঘটনা : সেনাই আটক কৰিলে এগৰাকী ছালফা সদস্য খেকক

NE NOW NEWS অভিক চক্ৰৱৰ্তী
ডিব্ৰুগড় , January 29, 2018 7:26 am

1 min read

Army-and-police-officials-at-the-blast-spot-in-Namsai.-678x381

সেনা আৰু আৰক্ষী বিষয়াই নামচাইৰ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰা মুহূৰ্তত

94
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ নামচাই জিলাত যোৱা ২৪ জানুৱাৰিত সন্দেহযুক্ত আলফা (স্বা:) আৰু এনএছচিএন(কে)ৰ দ্বাৰা সেনাৰ কনভয়ত আক্ৰমণৰ ঘটনাৰ লগত জড়িত এগৰাকী আত্মসমৰ্পনকাৰী আলফা সদস্য গজান খেকক দেওবাৰে নামচাইৰ সেনাই আটক কৰিছে।

উগ্ৰপন্থী বিৰোধী অভিযান চলাই উভতি অহাৰ পথত নংটুউ আৰু পাইয়ঙৰ মাজৰ এক স্থানত সেনাৰ কনভয়ত বিদ্ৰোহীয়ে ৰাতিপুৱা প্ৰায় ৭.১৫বজাত আক্ৰমণ চলাইছিল।

পূৰ্ব পৰিকল্পিত এক অভিযান চলাই উভতি আহোতে সেনাৰ ১১ জনীয়া দলটোৰ ওপৰত উগ্ৰপন্থীৰ দলটোৱে আক্ৰমণ চলাইছিল।

কুম্বিং অপাৰেচন চলোৱাৰ সময়ত এগৰাকী জোৱান এন কে ৰাকেশ কুমাৰ নিহত হৈছিল।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে গজানক নামচাই সেনা শিৱিৰত জেৰা চলাই থকা হৈছে।

উগ্ৰপন্থীৰ দলটোৱে সেনাৰ কনভয়ত গ্ৰেনেডেৰে আক্ৰমণ চলোৱাৰ উপৰিও পথৰ এটা কালভাৰ্টৰ ওচৰত পুতি ৰখা আই ই ডি ৰিম’ট কন্ট্ৰোলেৰে বিস্ফৰোণ ঘটাইছিল। আক্ৰমণটোত সেনাৰ জিপচি গাড়ীখন সামান্য ক্ষতিগ্ৰস্ত হৈছিল।

সূত্ৰসমূহৰ মতে ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে এখন যুদ্ধৰ বাবে প্ৰৰোচিত কৰিবলৈ  চীনে উত্তৰ পূবৰ বিদ্ৰোহীসকলক উচটাইছে।

‘’ চীন চৰকাৰে ভালদৰে জানে যে প্ৰত্যক্ষ যুদ্ধ সম্ভৱ নহয়। সেই গতিকে তেওঁলোকে উত্তৰ পূবৰ বিদ্ৰোহীসকলক উচটাই ভাৰতীয় প্ৰশাসনৰ বিৰুদ্ধে ‘ছায়া যুদ্ধ’ত প্ৰবৃত্ত হৈছে,’’-এক সূত্ৰই এইদৰে দাবী কৰে।

 

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd