DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামৰূপ লেখিকা সমাৰোহ সমিতিয়ে পালন কৰিলে ইয়াৰ প্ৰতিষ্ঠা দিৱস

অক্ষয় প্ৰনব কলিতা by অক্ষয় প্ৰনব কলিতা
March 25, 2018 12:34 pm
Tejashwini-Title-being-presented-to-Bibi-Mahanta-570x320

বিবি মহন্তক ‘তেজস্বিনী’ খিতাপ আগবঢ়োৱাৰ মুহূৰ্ত

204
VIEWS
Share on FacebookShare on Twitter

নামৰূপৰ লেখিকা সমাৰোহ সমিতিয়ে শনিবাৰে নামৰূপ সাহিত্য সভা প্ৰেক্ষাগৃহত ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰে।

নামৰূপৰ একাংশ শিল্পীয়ে পৰিৱেশন কৰা অসম সাহিত্য সভাৰ শীৰ্ষক গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ ৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ পিছতে এটি বৰগীত পৰিৱেশন কৰে স্মৃতিৰেখা কলিতাই।

নামৰূপ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সভাপতিত্ব কৰে নামৰূপ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী আৰতি দেৱী শৰ্মাই।

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লেখিকা সমাৰোহৰ জিলা সভানেত্ৰী ড০ ভাৰতী দত্ত।

অনুষ্ঠানত ভাষণ দি ড০ দত্তই কয়, ‘’গোটেই অসমতে বৃহৎ সংখ্যক সদস্য থকা আমি এটা বিশাল সংগঠন। লেখিকা সমাৰোহ এটা এনেকুৱা সংগঠন য’ত মহিলাসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এখন মঞ্চ বিচাৰি পায়।‘’

এই অনুষ্ঠানতে লেখিকা সমাৰোহৰ কাৰ্যকৰী সভানেত্ৰী ৰূপালী মহন্ত পাটগিৰিয়ে এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে।

অনুষ্ঠানত বিবি মহন্তক ‘তেজস্বিনী’ খিতাপ প্ৰদান কৰা হয়।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথিসকলৰ ভিতৰত আছিল ডিব্ৰুগড় জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী ড০ ভাৰতী দত্ত, বি এড কলেজৰ অধ্যক্ষা স্মৃতি দত্ত বৰা, ডিব্ৰুগড় জিলা লেখিকা সমাৰোহৰ সম্পাদিকা ৰেণু ফুকন আৰু নামৰূপ নগৰ সমিতিৰ অধ্যক্ষা নীতু সোণোৱাল বুঢ়াগোঁহাই।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd