• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ শিক্ষাগত অৰ্হতাৰ বিষয়ত সাঙোৰ খাই পৰিছে জেলিয়াং

এন ই নাও নিউজ by এন ই নাও নিউজ
February 9, 2018 2:04 pm
aa-Cover-57eem1aqk9tf0id6rf9a12rma4-20170205042604.Medi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা পীপলছ ফ্ৰন্টৰ টিকটত  ৭নং পেৰেন বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিতৰ্কত সাঙোৰ খাই পৰিছে।

পেৰেনৰ প্ৰাৰ্থীসকলৰ মনোনয়নসমূহ পৰীক্ষা কৰাৰ সময়ত এইটো পোহৰলৈ আহে যে জেলিয়াঙে তেওঁৰ মনোনয়ন দাখিল কৰা সময়ত গাঁঠি দিয়া শপতনামাত ঘোষণা কৰিছিল যে তেওঁ ১৯৭৯ চনত তেতিয়াৰ উত্তৰ পূব পাৰ্ৱত্য বিশ্ববিদ্যালয়ৰ অধীনৰ কোহিমা কলেজৰ পৰা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু অনুত্তীৰ্ণ হৈছিল।

Apply Now

একেটা সমষ্টিৰ পৰা এগৰাকী নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা তেওঁৰ বিৰোধী কেংইম কুলিম্বে এটা বিবৃতি প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে জেলিয়াঙে পূৰ্বতে নিৰ্বাচন আয়োগোকে ধৰি বহু ঠাইত দাখিল কৰা শপতনামাত তেওঁ কোহিমা কলেজৰ পৰা স্নাতক বুলি উল্লেখ কৰিছিল।

অৱশ্যে, আসন্ন বিধানসভাৰ নিৰ্বাচনৰ বাবে পেৰেন বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্ণিং বিষয়াৰ আগত দাখিল কৰা শেহতীয়া শপতনামাত তেওঁ স্বীকাৰ কৰিছে যে তেওঁ স্নাতক নহয়।

নিৰ্দলীয় বিধায়কগৰাকীয়ে এইবুলি উল্লেখ কৰিছে যে জেলিয়াঙে বৰ্তমান প্ৰকাশ কৰা স্থিতি তেওঁৰ পূৰ্বৰ ভুলৰ কোনো অনুতাপ নহয় কিন্তু ৰিটাৰ্ণিং বিষয়াই তেওঁৰ মনোনয়ন নাকচ কৰিব বুলি শংকিত হোৱাৰহে ফল।

তেওঁ কয় যে নাগালেণ্ডৰ জনসাধাৰণে সিদ্ধান্ত ল’ব যে তেওঁলোকে এনে এগৰাকী ব্যক্তিক ভোট দিবলৈ বিশ্বাস কৰিবনে যিগৰাকী ব্যক্তিয়ে তেওঁৰ শিক্ষাগত অৰ্হতাৰ মিছা তথ্য ভুৱা শপতনামা যোগে দাখিল কৰিব পাৰে।

ৰিটাৰ্ণিং বিষয়াক দাখিল কৰা আন এক অভিযোগত কুলিম্বে জেলিয়াঙৰ মনোনয়ন এই চৰ্তত নাকচ কৰাৰ দাবী কৰিছে যে তেওঁ নাগালেণ্ডৰ এগৰাকী থলুৱা বাসিন্দা হিচাপে যোগ্যতা অৰ্জন কৰা নাই।

৭নং পেৰেন বিধানসভা সমষ্টিটো নাগালেণ্ডৰ অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী গৰাকী ১৯৭৭ চনৰ ২৮ এপ্ৰিলত নাগালেণ্ড চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ এগৰাকী থলুৱা বাসিন্দা নহয়। নিৰ্দেশনাটোত কোৱা হৈছিল যে ৰাজ্যখনৰ এগৰাকী থলুৱা বাসিন্দা হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ হ’লে তেওঁ নাগালেণ্ড ৰাজ্য স্থাপন হোৱা ১৯৬৩ চনৰ ১ ডিচেম্বৰৰ আগতে নাগালেণ্ডত বসবাস কৰা হ’ব লাগিব।

ইয়াৰ মাজতে ৭নং পেৰেন বিধানসভা সমষ্টিৰ নেশ্যনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি ইটোৱাও একেই কাৰণতে জেলিয়াঙক অৰ্হতাহীন কৰাৰ দাবী তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd