• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

‘নিয়া’ই ২ দিনৰ বাবে জিম্মাত লোৱা নাগালেণ্ড চৰকাৰৰ বিষয়া ৩জনৰ আজি অন্ত পৰিল জিম্মাৰ ম্যাদ

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , March 27, 2018 5:42 pm

1 min read

NIA-678x381

প্ৰতিনিধিত্বমূলক ছবি

65
VIEWS
Share on FacebookShare on Twitter

উল্লেখযোগ্য যে বিদ্ৰোহী গোটক চৰকাৰী বিভাগৰ পৰা বৃহৎ পৰিমাণৰ চান্দা দিয়াৰ অভিযোগত বিষয়াকেইজনক যোৱা ২৫ মাৰ্চত নিয়াই গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ মতে এই চৰকাৰী বিষয়াকেইজনে ২০১২ চনৰ পৰা ২০১৬ চনৰ ভিতৰত ডিমাপুৰ আৰু ক’হিমা অঞ্চলত এন এছ চি এন (কে),এন এছ চি এন (আৰ), এফ জি এন, এন এন চিকে ধৰি অন্যান্য বিদ্ৰোহী সংগঠনক চৰকাৰী পুঁজিৰ অংশ চান কাঢ়ি বৰঙনি হিচাপে আগ বঢ়াইছিল।

যোৱা ২৫ মাৰ্চত গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক যোৱা ২৬ তাৰিখে ডিমাপুৰত থকা নিয়াৰ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু আদালতে তেওঁলোকক দুদিনৰ বাবে নিয়াৰ জিম্মাত দিছিল।

গ্ৰেপ্তাৰ হোৱা বিষয়াকেইজন হ’ল ক্ৰমে ক’হিমাস্থিত কৃষি সঞ্চালকালয়ৰ সঞ্চালক জি ইকুটো ঝিমমি, ক’হিমাস্থিত গ্ৰাম্য উন্নয়ন সঞ্চালকালয়ৰ কাৰ্য্যবাহী অভিযন্তা কেতৌজো পেছেই আৰু ক’হিমাৰে নগৰ উন্নয়ন সঞ্চালকালয়ৰ মাণ্ডলিক হিচাপৰক্ষণ বিষয়া চাংটেমচুবা।

নিয়াৰ মতে এই বিষয়াকেইজনে তেওঁলোকৰ চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰি বিদ্ৰোহী গোটবোৰক যথেষ্ট পৰিমাণৰ ধন চৰকাৰী পুঁজিৰ পৰা বৰঙনিৰ হিচাপত যোগান ধৰিছিল, যিটো বে-আইনী কাৰ্য্য বুলি গণ্য কৰিব পাৰি।

নিয়াৰ জেৰাত বিষয়াকেইজনে কি স্বীকাৰোক্তি দিছে সেয়া জানিব পৰা হোৱা নাই।

Recent News

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd