• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নিৰ্বাচনত মুখথেকেচা: নাগালেণ্ড কংগ্ৰেছৰ মুৰব্বীৰ পদত্যাগ

NE NOW NEWS এন ই নিউজ নাও
কহিমা , March 11, 2018 12:12 pm

1 min read

K-Therie.jpg
68
VIEWS
Share on FacebookShare on Twitter

সদ্যসমাপ্ত ১৩ সংখ্যক নাগালেণ্ড বিধানসভা নিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিততে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী কে থেৰিইয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি হাইকমাণ্ডক পদত্যাগ পত্ৰ দাখিল কৰিছে।

অৱশ্যে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা থেৰিইৰ পদত্যাগক অস্বীকাৰ কৰা হৈছে। উল্লেখ্য যে থেৰিইয়ে নিজেই সংবাদ মাধ্যমৰ আগত  পদত্যাগৰ কথা স্বীকাৰ কৰাৰ পছতো নাগালেণ্ড প্ৰদেশ কংগ্ৰেছে উক্ত বাতৰিক অস্বীকাৰ কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ।

স্মৰ্তব্য যে বৰ্ষীয়ান কংগ্ৰছী কে থেৰিইয়ে নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি লগতে এইবুলিও প্ৰকাশ কৰিছে যে তেওঁ এটা ধৰ্মনিৰপেক্ষ দলৰ সন্ধানত আছে যদিও বৰ্তমান সেয়া এক অলীক স্বপ্নৰ দৰে হৈ পৰিছে। আনহাতে তেওঁৰ পদত্যাগ চূড়ান্ত বুলি প্ৰকাশ কৰি কে থেৰিইয়ে কয় যে কোনো কাৰণতে তেওঁ নিজৰ সিদ্ধান্ত সলনি নকৰে।

উল্লেখ্য যে প্ৰাক্তন কংগ্ৰেছ মুৰব্বী এছএল জমিৰে শাৰীৰিক অসুস্থতাৰ হেতু পদত্যাগ কৰাৰ পাছত ২০১৫ৰ মে’ত নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল কে থেৰিইয়ে।

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত এখনো আসন দখল কৰিবলৈ সক্ষম নোহোৱা দেশৰ শতিকাপ্ৰাচীন দলটোৱে কে থেৰিইৰ পদত্যাগৰ পাছত কিদৰে ৰাজ্যখনত পুনৰ স্থিতি শক্তিশালী কৰে সেয়া লক্ষণীয় হ’ব।

 

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd