• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

নিৰ্বাচনৰ অভিমুখে থকা মেঘালয় ভ্ৰমণলৈ আহিব নিৰ্বাচন আয়োগৰ দল

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , December 12, 2017 5:05 pm

1 min read

নিৰ্বাচনৰ অভিমুখে থকা মেঘালয় ভ্ৰমণলৈ আহিব নিৰ্বাচন আয়োগৰ দল
72
VIEWS
Share on FacebookShare on Twitter

অহা ১৩ ডিচেম্বৰত বিধানসভা নিৰ্বাচনৰ অভিমুখে থকা মেঘালয় ভ্ৰমণলৈ আহিব নিৰ্বাচন আয়োগৰ এটা পাঁচজনীয়া দল। এই কথা আজি ব্যক্ত কৰে মেঘালয়ৰ মুখ্য নিৰ্বাচন আয়ুক্ত কে এফ খাৰকনগৰে এই কথা কয়। এই দলটোৰ নেতৃত্বত থাকিব মেঘালয়ৰ দায়িত্বত থকা উপ নিৰ্বাচন আয়ুক্ত। দলটোৱে নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতি, নিৰ্বাচনী ব্যয় তদাৰক, নিৰাপত্তা, ই ভি এম, ভি ভি পি এ টি আৰু অন্যান্য আনুষংগিক বিষয় পৰ্য্যৱেক্ষণ কৰিব। তেওঁ লগতে কয় যে দলটোৱে ১১ খন জিলাৰ উপায়ুক্ত, জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে নিৰ্বাচন সম্পৰ্কীয় প্ৰস্তুতিৰ এক পৰ্য্যালোচনা সভাত অংশ গ্ৰহণ কৰিব। লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এক চমু আলোচনাতো দলটো মিলিত হোৱাৰ কথা। তাৰ পিছতে দলটোৱে মেঘালয়ৰ মুখ্য সচিব ৱাই ছেৰিং আৰু আৰক্ষী সঞ্চালক প্ৰধান এছ বি সিঙৰ সৈতেও আগন্তুক নিৰ্বাচন সম্পৰ্কীয় এখন আলোচনা সভাত বহিব।

উল্লেখযোগ্য যে চলিত মেঘালয় বিধানসভাৰ কাৰ্য্যকাল অন্ত পৰিব অহা ৬ মাৰ্চত। তাৰ পৰিপ্ৰেক্ষিততে অহা বছৰৰ প্ৰথম ভাগতেই (ফেব্ৰুৱাৰি-মাৰ্চৰ ভিতৰত) নিৰ্বাচন হোৱাৰ কথা। তাৰ বাবে ইতিপূৰ্বে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম হৈ উঠিছে। বিজেপিকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ পৰিসৰত কুচকাৱাজ আৰম্ভ কৰা দেখা গৈছে। বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ কথা কৈ আছিল যদিও যোৱা ৯ ডিচেম্বৰত সুৰ সলনি কৰি অন্য দলৰ সৈতে মিত্ৰতা কৰাৰ কথা ঘোষণা কৰিছিল।

Recent News

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

IMG-20210306-WA0011

তামুলপুৰ বিধানসভা সমষ্টি দখলৰ বাবে সাজু হৈছে বিপিএফ; দৰঙাজুলিত নিৰ্বাচনী প্ৰচাৰ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd