• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ক’হিমাত অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ কঢ়িওৱা নিষিদ্ধ কৰা হৈছে

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , January 23, 2018 11:18 am

1 min read

ক’হিমা
71
VIEWS
Share on FacebookShare on Twitter

ক’হিমাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচন বিষয়া ৰাজেশ সুন্দৰাজনে জিলাখনৰ অধীন অঞ্চলসমূহত অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ কঢ়িওৱা নিষিদ্ধ কৰি এক নিৰ্দেশ জাৰি কৰিছে। অপৰাধ বিধি ১৯৭৩ৰ ১৪৪ (ক) ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰা হৈছে।

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু শান্তিপূৰ্ণ, মুকলি আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা বাবে ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি এই নিৰ্দেশ জাৰি কৰা হৈছে বুলি জিলা প্ৰশাসনৰ সূত্ৰই সদৰী কৰিছে।

উপায়ুক্তই ক’হিমাৰ সকলো অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰ থকা লোককে ৩ ফেব্ৰুৱাৰিৰ ভিতৰত ওচৰৰ আৰক্ষী থানাত তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ সত্যাসত্য নিৰূপণৰ বাবে দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উপায়ুক্তই জাৰি কৰা অন্য এক নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত অনুজ্ঞাপত্ৰ দাখিল নকৰিলে সংশ্লিষ্ট আইন অনুসৰি অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব আৰু নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।

অৱশ্যে এই নিৰ্দেশৰ আওতাৰ পৰা জমা কৰিবলৈ বা আৰক্ষী থানাত সত্যাসত্য পৰীক্ষাৰ বাবে অনা অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰসমূহক ৰেহাই দিয়া হৈছে।

Recent News

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

IMG-20210121-WA0033

উত্তৰ পূব কয়লা ক্ষেত্র পৰিদৰ্শন কৰি কেন্দ্র-ৰাজ্য চৰকাৰক সমালোচনা ভাৰতীয় মজদূৰ সংঘৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd