DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

নেইফিঅ’ ৰিঅ’ ত্ৰয়োদশ নাগালেণ্ড বিধানসভালৈ জয়ী হোৱা প্ৰথমজন বিধায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 11:02 pm
Neiphiu-Rio-570x320

নেইফিউ ৰিঅ: ফাইল ফটো

71
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া ত্ৰয়োদশ নাগালেণ্ড বিধানসভালৈ সবাতোকৈ আগতেই নিৰ্বাচিত হৈছে নৱগঠিত এন ডি পি পিৰ মুখ্য মন্ত্ৰিত্বৰ প্ৰাৰ্থী তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেইফিঅ’ ৰিঅ।

আজি সোমবাৰে তেওঁৰ বিৰুদ্ধে থিয় দিয়া একমাত্ৰ প্ৰাৰ্থী এন পি এফৰ চুফৌ আংগামীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰিঅ’ জয়ী হয়। ৰিঅ’ই উত্তৰ আংগামী-২ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়াইছিল।

সমষ্টিটোৰ পৰা ৰিঅ’কে ধৰি মুঠ তিনিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছিল। আনজন আছিল এন ডি পি পি (এছ)ৰ নেইফ্ৰেজো কেডিটছু। আন দুজনে তেওঁলোকৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত ৰিঅ’ নিৰ্বাচিত হোৱাটো নিশ্চিত হয়।

ইয়াৰ ফলত এন ডি পি পি-বিজেপিৰ হিচাপত এজন বিধায়ক অন্তৰ্ভুক্ত হ’ল।

উল্লেখযোগ্য যে এইদৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ উদাহৰণ ৰিঅ’ৰ ক্ষেত্ৰত এইটো দ্বিতীয়। তেওঁ ইয়াৰ আগেয়ে ১৯৯৮ চনত কংগ্ৰেছৰ পৰাও এইদৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল।

‘আজি এন পি এফৰ প্ৰাৰ্থীজনে মনোনয়ন প্ৰত্যাহাৰ কৰাত বাকী থকা এন ডি পি পিৰ একমাত্ৰ প্ৰাৰ্থীজনক বিজয়ী ঘোষণা কৰা হৈছে।’ এইদৰে কয় নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই।

আনহাতে এন পি  এফ দলৰ মুখপাত্ৰ ছেবাষ্টিয়ান জুমভুৱে কয় যে দলটো প্ৰাৰ্থীজনৰ এই সিদ্ধান্তত অতি আচৰিত হৈছে।

Recent News

শিলচৰত আৰক্ষীয়ে আটক কৰিলে মহিলা-শিশুসহ ২৬ ৰহিংগীয়াক

শিলচৰত আৰক্ষীয়ে আটক কৰিলে মহিলা-শিশুসহ ২৬ ৰহিংগীয়াক

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd