DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

নেহৰুৰ পৰা মোডীৰ যুগলৈ এক বৰ্ণিল ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ গ্ৰহণ এছ চি জমিৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 21, 2018 6:09 pm
SC-Jamir-
91
VIEWS
Share on FacebookShare on Twitter

প্ৰবীণ নাগা ৰাজনৈতিক নেতা এছ চি জমিৰে উড়িষ্যাৰ ৰাজ্যপাল তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পন্ন কৰিছে।  মাৰ্চ মাহৰ ২০ তাৰিখে তেওঁ ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱেঅৱসৰ গ্ৰহণ কৰিছে। ২০১৫ৰ মাৰ্চ মাহৰ ২১ তাৰিখে তেওঁ উড়িষ্যাৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল।

কাৰ্যকাল শেষ হোৱাৰ পিছত মাৰ্চৰ ২০ তাৰিখে বৰ্ষীয়ান নেতাগৰাকীয়ে উড়িষ্যাৰ বিধানসভাত তেওঁত অন্তিমটো ভাষণ প্ৰদান কৰিছিল। গৰাকী নতুন ৰাজ্যপাল মনোনিত নোহোৱা পৰ্যন্ত বিহাৰৰ ৰাজ্যপাল সত্যপাল মালিকক উড়িষ্যাৰ অতিৰিক্ত দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।

পাচ বাৰৰ বাবে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী হোৱা জমিৰে গোৱা আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ সম্পন্ন কৰাৰ পিছত ২০১৩ চনত উড়িষ্যাৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিছিল। ২০০৯ চনত তেওঁক গুজৰাটৰ অতিৰিক্ত দায়িত্বও অৰ্পণ কৰা হৈছিল।

এই বৰ্ষীয়ান নেতাগৰাকীয়ে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ কাৰ্যকালৰ পৰা বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনলৈকে কাৰ্যভাৰ চম্ভালাৰ বিৰল বৈশিষ্ট্যৰ ৰাজনৈতিক নেতা।

১৯৬০ চনত ভাৰত চৰকাৰৰ সৈতে ১৬ দফীয়া চুক্তি স্বাক্ষৰ কৰি  নাগালেণ্ডক ভাৰতৰ ১৬ সংখ্যক ৰাজ্যৰ মৰ্যাদা দিয়া  সকলৰ মাজত এজন আছিল এছ চি জমিৰ।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd