• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱনিৰ্মিত মেকা-বমজিৰ সেতুৰ জৰিয়তে অৰুণাচলৰ সৈতে অচিৰেই সংযোগ ঘটিব উত্তৰ অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 10:50 am
10
175
VIEWS
Share on FacebookShare on Twitter

দেশৰ দ্বিতীয় দীৰ্ঘতম দলংখন মুকলি কৰাৰ বাবে প্ৰস্তুত হৈ উঠিছে। দেশৰ দীৰ্ঘতম ড০ ভূপেন হাজৰিকা সেতুৰ পাছতেই স্থান ল’বলৈ ওলোৱা অৰুণাচল প্ৰদেশৰ লৱাৰ দিবাং ভেলি জিলাৰ দিবাং নদীৰ ওপৰত নিৰ্মাণ কৰা ৬.২০ কিল’মিটাৰ দৈৰ্ঘ্যৰ মেকা আৰু বমজিৰ সংযোগী সেতুখনে উত্তৰ অসমক অচিৰেই অৰুণাচলৰ সৈতে সম্পৰ্কিত কৰিব।

সেতুখন মুকলি হোৱাৰ পিছত লৱাৰ দিবাং ভেলি জিলাৰ লগতে লোহিত জিলাৰ সৈতে পূব চিয়াং, পশ্চিম চিয়াং জিলাৰ সংযোগ ঘটাৰ লগতে উত্তৰ অসমৰ সৈতেও পথ যোগাযোগৰ ক্ষেত্ৰত নতুন দিশ উন্মোচিত কৰিব।

ড০ ভূপেন হাজৰিকা সেতুৰ পৰা মাত্ৰ ৫০ কিল’মিটাৰ নিলগৰ  সেতুখনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্ৰ্যালয়ৰ পুঁজিৰে নিৰ্মিত এই সেতুখন চলিত বছৰৰ এপ্ৰিল বা মে’ মাহত ৰাষ্ট্ৰৰ নামত উৎসৰ্গ কৰা হ’ব।

ড০ ভূপেন হাজৰিকা সেতু নিৰ্মাণ কৰা নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীয়ে একেই কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা  সেতুখন উদ্বোধনৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নিতিন গডকাৰিৰ সৈতে যোগাযোগ কৰাৰ কথা জানিব পৰা গৈছে।

সেতুখন মুকলি হোৱাৰ লগে লগে চীন সীমান্তলৈকে ভাৰতীয় সেনাৰ সঞ্চালন তেনেই উজু হৈ পৰিব।  ড০ ভূপেন হাজৰিকা সেতুৰ লগতে মেকা আৰু বমজিৰ সংযোগী সেতু সামৰিক কৌশলগত দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে।

তদুপৰি, দলংখনৰ  নিৰ্মাণ সম্পূৰ্ণ হোৱাত দিবাং নৈখনৰ বাবে দীৰ্ঘকাল ধৰি জীয়াতু ভুগি  অহা মেকা, বমজিৰ, ডানবুক আদি স্থানৰ ৰাইজে নতুন জীৱন লাভ কৰাৰ দৰে হ’ব।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd