• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

পদপথৰ ব্যৱসায়ীৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ অধিকাৰ সুৰক্ষাৰ পক্ষত নাগালেণ্ডৰ ৰাজ্যপাল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 9:44 am
pb-acharya-300x205-570x320
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ ৰাজ্যপাল পি বি আচাৰ্যই পদপথৰ ব্যৱসায়ী আইন, ২০১৪ৰ ওপৰত প্ৰসংগ আনি কৈছে যে তেওঁলোকৰ জীৱিকা আৰু সামাজিক নিৰাপত্তাৰ অধিকাৰ ৰক্ষা কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিৎ। পদপথৰ ব্যৱসায়ী আইন, ২০১৪ অনুসৰি পদপথৰ ব্যৱসায়ীসকলৰ সামাজিক নিৰাপত্তা আৰু জীৱিকাৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু অই আইনখন নাগালেণ্ডত যিমান পাৰি সোনকালে বলৱৎ কৰা যায় সিমানেই ভাল।

ৰাজ্যপাল গৰাকীয়ে পৰ্যৱেক্ষণ কৰিছে যে বহুতো লোক বিশেষকৈ গাঁও এলেকাৰ পৰা অহা শাক-পাচলি আৰু অন্যন্য উৎপাদিত সামগ্ৰী বিক্ৰি কৰিবলৈ অহা মহিলাসকলৰ বাবে পদপথৰ ব্যৱসায় এটা উপাৰ্জনৰ উৎস।

Apply Now

শুকুৰবাৰে কোহিমাত ৰাজভৱনৰ পৰা প্ৰকাশ কৰা এটা সংবাদ বিবৃতিত এই কথা ব্যক্ত কৰা হৈছে।

আচাৰ্যই অনুভৱ কৰে যে তেওঁলোকৰ ব্যৱসায় কৰা স্থানৰ ওপৰত সঠিক আচ্ছাদন, বিপণীৰ লগতে খোৱাপানী আৰু শৌচালয়ৰো ব্যৱস্থা কৰিব লাগে।

ৰাজ্যপালে পদপথৰ ব্যৱসায়ীসকলক পদপথ ব্যৱসায়ী আইনৰ সা-সুবিধাৰ বিষয়ে অৱগত থকা সেই আইন বলৱৎ কৰাৰ বিষয়ত সজাগ থকাৰ বাবে আহ্বান জনাইছে।

ৰাজ্যপাল আচাৰ্যই মন্তব্য কৰিছে যে ইয়ে অকল ফেৰীৱালাসকলকেই উপকৃত নকৰে, গৰিষ্ঠসংখ্যক জনসংখ্যাৰ সামৰ্থ্যযোগ্য, স্বাস্থ্যসন্মত আৰু সুবিধাজনক হ’ব।

তাৰোপৰি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰিছে যে শাক-পাচলিৰ ফেৰীৱালাসকলে নষ্ট হ’ব পৰা শাক-পাচলিসমূহ গাঁওলৈ ঘূৰাই নিয়াৰ শংকাত কম মূল্যতে বিক্ৰি কৰি যাবলৈ বাধ্য হয়।

আচাৰ্যৰ মতে চৰকাৰে ফেৰীৱালাসকলক দৈনিক বা মাহেকীয়া হিচাপৰ ভাড়াৰ বিনিময়ত ব্যক্তিগত বিপণী বা নিমনতম ব্যয়ৰ বিনিময়ত শীতলীকৃত ভড়াল যোগান ধৰিব লাগে যিয়ে তেওঁলোকক যথেষ্ট উপকৃত কৰিব।

ইয়াৰ পূৰ্বেও ৰাজ্যপালগৰাকীয়ে ২০১৮ৰ ১৪ মাৰ্চত ৰাজ্যখনৰ মুখ্য মন্ত্ৰীলৈ শাক-পাচলিৰ মহিলা ফেৰীৱালাৰ বাবে স্বাস্থ্যসন্মত আৰু পৰিচ্চন্ন বিপণী ব্যৱস্থা কৰাৰ সন্দৰ্ভত পত্ৰ প্ৰ্ৰেৰণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd