• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

পশ্চিম মণিপুৰত ৰাষ্ট্ৰীয় পথত আই ই ডি উদ্ধাৰ : ডাঙৰ অঘটনৰ পৰা ৰক্ষা

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , December 17, 2017 10:30 pm

1 min read

পশ্চিম মণিপুৰত ৰাষ্ট্ৰীয় পথত আই ই ডি উদ্ধাৰ : ডাঙৰ অঘটনৰ পৰা ৰক্ষা
71
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা ইম্ফলৰ ৩৭ নং ঘাইপথত স্থাপন কৰি থোৱা এটা আই ই ডি বিস্ফোৰণ হোৱাৰ পূৰ্বেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় সামৰিক বাহিনীৰ লোক। ফলত এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো। জানিব পৰা মতে ইম্ফল পশ্চিম জিলাৰ কনথৌজাম নামৰ ঠাইখনত ৰাষ্ট্ৰীয় পথৰ ওপৰত গছৰ পাতেৰে ঢাকি ৰাখিছিল দূৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা আই ই ডিটো। আৰ অ’ পি কৰ্তব্যত যোৱা আছাম ৰাইফলৰ অধীনৰ 5 JAK RIF ৰ সেনাৰ দলটোৱে এটা সন্দেহজনক টোপোলা পোৱাৰ পিছত আৰক্ষী আৰু 5 JAK RIF ৰ সেনাৰ দল ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হয়। লগে লগে বোমা নিষ্ক্ৰিয় কৰা দল মতা হয় আৰু তেওঁলোকে সেইটো পৰীক্ষা কৰি আই ই ডি বুলি নিশ্চিত কৰে। RCIED খণ্ড-বিখণ্ড কৰাৰ পিছত আই ই ডিটোৰ ভিতৰত ৭ কেজি বিস্ফোৰক আৰু তিনি ডাল ডিটনেটৰ পোৱা যায়। ডিটনেটৰকেইডাল নষ্ট কৰি পেলোৱাৰ পিছত আই ই ডিৰ বাকী অংশ অধিক পৰীক্ষা-নিৰীক্ষাৰ বাবে নিয়া হয়।

Recent News

rakeshtikait-1613549030

কৃষক বিদ্ৰোহৰ ১০০ দিন : ‘৩ কষি আইন বাতিল নকৰালৈকে অব্যাহত থাকিব কৃষক বিক্ষোভ’, টিকাইত

বংগৰ ৰাজনীতি ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

বংগৰ ৰাজনীতি ধুমুহা! অৱশেষত গেৰুৱা শিবিৰলৈ গ’ল অভিনেতা মিথুন চক্ৰৱৰ্তী

Roselina and Bishmita

দলীয় টিকট লাভ কৰাৰ পাছত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে?

WhatsApp Image 2021-03-07 at 12.32.59 PM

এটা চীনা মাটিৰ বাটিৰ দাম ৩.৬কোটি টকা! আচলতে কি আছেনো ইয়াত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd