• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচদিনীয়া কাৰ্যসূচীৰে মঙলদৈত আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ অধিৱেশনৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 4, 2018 8:44 pm
অসম নাট্য সন্মিলনৰ

মঙলদৈত অসম নাট সন্মিলনৰ অধৱেশন উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ এটি মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ অপেছাদাৰী থিয়েটাৰৰ অগ্ৰণী সংগঠন অসম নাট্য সন্মিলনৰ ৫৬ তম ৰাজ্যিক অধিৱেশনখনি পাঁচদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা মঙলদৈত আৰম্ভ হৈছে। বৃহস্পতিবাৰে আন স্থানীয় প্ৰখ্যাত ব্যক্তিৰ সৈতে অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে ঐতিহাসিক গান্ধী ময়দানত নাট্য সংগঠনটোৰ ৫৬ খন পতাকা উত্তোলন কৰে।

ইয়াৰ পিছতে গান্ধী ময়দানৰ পৰা আৰম্ভ কৰি মঙলদৈ চহৰৰ মাজেৰ এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাটোত নাট্য সন্মিলনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া তথা সদস্যৰ লগতে স্থানীয় নাট্যকাৰ, শিল্পী, নাট্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Apply Now

আজি অনুষ্ঠিত দিনটোৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছিল স্মৃতি তৰ্পন, প্ৰদৰ্শনী উদ্বোধন, নাট সংকলন মুকলি অনুষ্ঠান আৰু চাৰিখন পূৰ্ণাংগ নাটকৰ লগতে নিৰ্বাচিত শিশু নাটৰ প্ৰদৰ্শন।

পাঁচদিনীয়া এই নাট্য উৎসৱত সংগীত নাটক একাডেমীৰ নাট্যদলৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দলেও নাট প্ৰদৰ্শন কৰিব। তদুপৰি, ৰাজ্যখনৰ আঠটা মণ্ডলৰ প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্বাচিত হোৱা শ্ৰেষ্ঠ নাটখনো মঞ্চস্থ কৰা হ’ব। ইয়াৰ লগতে চাৰিখন নিৰ্বাচিত শিশু নাট, বাটৰ নাট, শ্ৰব্য নাট, নাটকৰ দলীয় পৰ্যালোচনা, ৰাজ্যিক পৰ্যায়ত একক অভিনয়, মূকাভিনয় আৰু আবৃত্তিৰ নিৰ্বাচিত প্ৰতিযোগীৰ প্ৰদৰ্শন, নাট্য সংকলনৰ উন্মোচনী আৰু মুকলি অনুষ্ঠান থাকিব।

এই অধিৱেশনতে আয়োজক গোষ্ঠীয়ে বিগত বৰ্ষৰ অসম নাট্য সন্মিলন বঁটা ৰাজ্যখনৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়াক প্ৰদান কৰিব। ইয়াৰ লগতে প্ৰসিদ্ধ নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ স্মৃতিত এটা বঁটা আগবঢ়োৱা হ’ব এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জয়া শীলক।

অধিৱেশনৰ মুকলি অনুষ্ঠানত ৰাজ্যখনত অপেছাদাৰী নাটকৰ  বিকাশত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যখনৰ চাৰিগৰাকী শীৰ্ষ নাট্যকৰ্মীক ৰাজহৱাভাৱে সম্বৰ্দ্ধনা জনোৱা হ’ব। তেওঁলোক হ’ল মঙলদৈৰ সমৰেন্দ্ৰ নাৰায়ন দেৱ, বিশ্বনাথ চাৰিআলিৰ তৰুণ শইকীয়া, গুৱাহাটীৰ কৰুণা ডেকা আৰু বৰপেটাৰ চিন্ময় দাস।

বুধবাৰে সন্ধিয়া যুৱ সংঘত প্ৰতিনিধি শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে আয়োজক কমিটিৰ কাৰ্যবাহী সভাপতি ৰাজীৱ কুমাৰ ডেকাই।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd