DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

পাছিঘাটত ‘ছিছেনৰ-লেয়িং গ্ৰাম্য সংযোগ পথ’ৰ উদ্বোধন কৰে ৰাজ্যিক বিজেপি সভাপতি টাপিৰ গাওয়ে

প্ৰনৱ কুমাৰ দাস by প্ৰনৱ কুমাৰ দাস
March 9, 2018 7:59 pm
Arunachal BJP President Tapir Gao
93
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি তথা পূব অৰুণাচল লোকসভাৰ প্ৰাক্তন সাংসদ টাপিৰ গাওয়ে বৃহস্পতিবাৰে পূব ছিয়াং জিলাৰ পাছিঘাটত বহু প্ৰতীক্ষিত ছিছেনৰ পৰা লেয়িং সংযোগী গ্ৰাম্য পথটো উদ্বোধন কৰে।

আৰান মহোৎসৱ উপলক্ষে অনুষ্ঠিত পথ উদ্ধোধন অনুষ্ঠানটোত বিধায়কদ্বয় টাপাং টালোহ আৰু অলোম পানয়াঙৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।

উল্লেখযোগ্য যে ছিছেন গাৱঁত পথ যোগাযোগৰ দাবী জনাই গাওঁবাসীয়ে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচন বৰ্জন কৰাৰ বাবে অঞ্চলটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছিল।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা লোক সকলক সম্বোধন কৰি গাওয়ে নিজ ভাষণত গ্ৰাম্য অৰ্থনীতিৰ লগতে গাওঁ অঞ্চলৰ পথ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ওপৰত গুৰুত্ব দিয়ে।

পথ যোগাযোগৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো চুক-কোণকে সমীপৰ সদৰ কাৰ্যালয়ৰ সৈতে সংযোগ কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে পথ যোগাযোগৰ উপৰি বিশুদ্ধ খোৱা পানী, বিদ্যুৎ, স্বাস্থ্য, শিক্ষা আদি সকলোধৰণৰ মৌলিক সুবিধা প্ৰদানৰ ক্ষেত্ৰত প্ৰেমা খাণ্ডু নেতৃত্বাধীন ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁ ৰাজনৈতিক দল-মতৰ উৰ্ধত উঠি গাওঁখনৰ ৰাইজৰ লগতে নেতাসকলক উন্নয়ণ প্ৰক্ৰিয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনায়। অনুষ্ঠানটোৰ উপলক্ষে তেওঁ ‘ডাছবিন লো গেলিট টো’ (Throw in dustbin) শীৰ্ষক পৰিষ্কাৰ পৰিছন্নতা বিষয়ক এখন গানৰ চি ডি মুকলি কৰে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd