• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰখ্যাত ভোজপুৰী সংগীত শিল্পী অসমৰ কল্পনা পাটোৱাৰী কমনৱেলথ গেইমছৰ কাৰ্য্যসূচীলৈ আমন্ত্ৰিত

NE NOW NEWS এন ই নাও নিউজ
গুবাহাটী , February 10, 2018 10:11 pm

2 min read

KalpanaPatowary
179
VIEWS
Share on FacebookShare on Twitter

অসমৰ এগৰাকী সুখ্যাত লোকসংগীত শিল্পী কল্পনা পাটোৱাৰীয়ে অষ্ট্ৰেলিয়াৰ কুন্সছলেণ্ডত হ’ব লগীয়া আগন্তুক কমনৱেল্থ গেইমছৰ সামৰণি অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ গৌৰৱ অৰ্জনৰ সুযোগ পাইছে। ভোজপুৰী সংগীত জগতৰ সামাজ্ঞী হিচাপে অধিক পৰিচিত অসমৰ শিল্পীগৰাকীৰ এই বিৰল কৃতিত্বই স্বাভাৱিকতে উৎফুল্ল কৰিছে তেওঁৰ অনুৰাগী তথা অসমৰ ৰাইজক।

এই সামৰণি অনুষ্ঠানৰ কাৰ্য্যসূচীটো আছে অহা ১৫ এপ্ৰিলত।

‘কমনৱেল্থ গেইমছৰ সামৰণি অনুষ্ঠানত মই ভাৰতক প্ৰতিনিধিত্ব কৰিম বুলি যেতিয়া খবৰটো পাওঁ মই আচৰিত হৈ গৈছিলো। এটাই প্ৰশ্ন চিধাই মনলৈ আহিছিল- কিয় মোক ইমান ডাঙৰ অনুষ্ঠান এটাৰ বাবে বাছনি কৰা হ’ল। মইতো এগৰাকী সাধাৰণ ভোজপুৰী গায়িকা।’ এইদৰে নিজৰ বিনম্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শিল্পীগৰাকীয়ে।

‘এগৰাকী ভোজপুৰী গায়িকা হিচাপে, এজন লোকসংগীত শিল্পী হিচাপে মোৰ বাবে এইটো এটা ডাঙৰ সন্মান।’ এইদৰে কয় কল্পনাই।

উল্লেখযোগ্য যে অসমৰ বৰপেটা অঞ্চলৰ এই ব্যতিক্ৰমী লোকসংগীত শিল্পীগৰাকী ভোজপুৰী সংগীত তথা চিনেমা জগতত খুবেই জনপ্ৰিয়। তেওঁ বহুতো ভোজপুৰী চিনেমাত কণ্ঠদান কৰাৰ উপৰি অসমীয়া বেংগলী, হিন্দী, তামিল, মাৰাথী আদি ভাষাৰ চিনেমাতো কণ্ঠদান কৰিছে।

আনহাতে তেওঁ যোৱা ২০১৪ চনৰ পৰা তেওঁ বলিউদৰ সংগীত জগততো কাম কৰি আছে। ১৯৭৮ ত বৰপেটাৰ সৰভোগত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে ঐতিহাসিক কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ লগতে লক্ষ্ণৌৰ পৰা ধ্ৰুপদী সংগীতত বিশাৰদৰ ডিগ্ৰীও লৈছে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd