• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচণ্ড ধুমুহাত ইটানগৰত ব্যাপক ক্ষতি: বিদ্যুৎ সংযোগ ব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2018 12:46 pm
thunderstorm

প্ৰতিনিধিত্বমূলক চিত্ৰ

137
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল অৰুণাচলৰ ৰাজধানী ইটানগৰক। ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত ইটানগৰত কেইবাটাও গৃহ বিধ্বস্ত হোৱাৰ উপৰি আন বহু ঘৰৰ টিনপাত উৰুৱাই লৈ যায়।

উল্লেখযোগ্য যে ইটানগৰৰ বহু স্থানত এই বিধ্বংসী ধুমুহাৰ ফলত পথৰ কাষৰ বৈদ্যুতিক খুঁটা উভালি পৰে। ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে অঞ্চলটোত।

আনহাতে ইটানগৰৰ নিটি বিহাৰৰ বিভিন্ন ঠাইত ৰৈ থকা গাড়ীৰ ওপৰত বৈদ্যুতিক খুঁটা আৰু গছ উভালি পৰাৰ ফলত গাড়ী সমূহ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে।

তদুপৰি ইটানগৰৰ লেগী কমপ্লেক্স, পাঞ্জাৱী ধাবা আদি ঠাইত গছ পৰাৰ বাবে ৰাজধানী চহৰখনৰ পথ অৱৰোধ হৈ পৰিছে।

অৱশ্যে এই ধুমুহাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি সদৰী কৰিছে প্ৰশাসনীয় সূত্ৰই।

ইতিমধ্যে এই বিধ্বংসী ধুমুহাৰ পাছতে জিলা উপায়ুক্ত প্ৰিন্স ধাৱানে ক্ষতিগ্ৰস্থ অঞ্চলসমূহত ক্ষিপ্ৰ গতিৰে বিদ্যুৎ সংযোগ দিয়াৰ লগতে ক্ষয়- ক্ষতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছে বিষয়া সকলক।

উল্লেখযোগ্য যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্রশাসন সাজু আছে বুলি প্ৰকাশ কৰি উপায়ুক্ত গৰাকীয়ে বাৰিষাৰ সময়ছোৱাত ৰাইজক সজাগ আৰু সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে।

 

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd