• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথম ভ্ৰমণসূচীৰে ১১ এপ্ৰিলত হাফলঙত উপস্থিত হ’ব ৰাজ্যপাল জগদীশ মুখী

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 4, 2018 5:09 pm
433
VIEWS
Share on FacebookShare on Twitter

১১ এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীলৈ হাফলঙলৈ আহিব ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। উল্লেখ্যোগ্য যে পাৰ্বত্য জিলাখনলৈ ৰাজ্যপালগৰাকীৰ এয়া প্ৰথম ভ্ৰমণ।

গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বিশেষ হেলিকপ্টাৰেৰে হাফলংত পুৱা দহ বজাত উপস্থিত হৈ তেওঁ পোনেপোনে হাফলং আবৰ্ত ভবনলৈ ৰাওনা হ’ব।

আবৰ্ত ভবনত ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীৰ বিভিন্ন বিষয়াৰ সৈতে পাৰ্বত্য জিলাখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হব।

ইয়াৰ পিছত তেওঁ জিলা সদৰৰ বিভিন্ন বিদ্যালয়, চিকিৎসালয় তথা চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযান বাস্তৱায়নৰ বিষয়ে বুজ লব বুলি জানিব পৰা গৈছে।

দুপৰীয়া বাৰটা বাজি ত্ৰিশ মিনিটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদত উপস্থিত হোৱাৰ লগতে পৰিষদৰ প্ৰধান সচিবৰ উপস্থিতিত বিভিন্ন চৰকাৰী বিভাগৰ প্ৰধানৰ সৈতে চৰকাৰী প্ৰকল্পৰ কামকাজক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব।

আবেলিলৈ তেওঁ জিলাখনৰ বিভিন্ন দল সংগঠনৰ উপৰি ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হব। ইয়াৰ পিছত হাফলং সমীপৱৰ্ত্তী ৰাজ্যৰ দ্বিতীয় স্বচ্ছ গাঁও জায়ন পৰিদৰ্শন কৰিব।

১২ এপ্ৰিলৰ পুৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এমৰ উপৰি পৰিষদ সদস্য সকলৰ লগত বৈঠক মিলিত হৈ দুপৰীয়া ১২ মান বজাত জিলাখনৰ সংবাদ কৰ্মীসকলৰ লগত সৌজন্যমূলক সাক্ষাৎ কৰি গুৱাহাটীৰ উদ্দেশ্যে ৰাওনা হব।

Recent News

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

গাঁঠিৰ বিষত আক্ৰান্ত নেকি আপুনি? ‘গাউট’ত যদি ভুগিছে তেন্তে পঢ়ক এই প্ৰতিবেদন

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd