• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰছিদুল হকৰ দেহাৱসানত ভিন্ন দল-সংগঠনৰ শোক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 27, 2018 2:11 pm
nno
109
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন কংগ্ৰেছী নেতা তথা হিতেশ্বৰ শইকীয়া মন্ত্ৰী সভাৰ অন্যতম মন্ত্ৰী ৰছিদুল হকৰ যোৱা বৃহস্পতিবাৰে মৃত্যু ঘটে ৷
উল্লেখযোগ্য যে নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁও নিবাসী, প্ৰাক্তন মন্ত্ৰী ৰছিদুল হকৰ বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫ বজাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।

জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা হক হঠাৎ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালে৷ পুৱাৰে পৰা কৰা চিকিৎসাৰ অন্তত কালি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে হকে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চৰকাৰৰ পশুপালন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল হকে৷ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা হকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। প্ৰবীণ সংখ্যালঘু নেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৮ বছৰ।

Recent News

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আজি ট্ৰেইন মই চলাম’: চালকৰ আসনত বহিল সুৰাপায়ী ব্যক্তি, যাত্ৰীৰ মাজত আতংক

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

‘আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়’: নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয়ৰ

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

নাই বঁটা বাহন, নাই কোনো স্বীকৃতি বা সাহায্য : দৰিদ্ৰতাৰ সৈতে যুঁজি দিন কটাইছে বিহুৰ শিল্পী দুৰ্লভা মৰাণে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd