• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাক্তন মুখ্য মন্ত্ৰী ডংকুপাৰ ৰয় মেঘালয় বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 5:15 pm
Donkupar-Roy
88
VIEWS
Share on FacebookShare on Twitter

৫৬টা ভোটৰ ভিতৰত ৩৫টা ভোট লাভ কৰি নৱগঠিত মেঘালয় চৰকাৰৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন মুখ্য মন্ত্ৰী ডংকুপাৰ ৰয়। উল্লেখ্য যে আজি বিধানসভাৰ অধ্যক্ষ পদটোৰ বাবে সদনৰ মজিয়াত অনুষ্ঠিত কৰিছিল নিৰ্বাচন ।

বিধানসভা অধ্যক্ষ পদটোৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত ডংকুপাৰ ৰয়ৰ প্ৰতিদ্বণ্ডি হিচাপে অৱতীৰ্ণ হৈছিল কংগ্ৰেছ বিধায়ক উইনাৰছন দি চাংমা।

আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত চাংমাই লাভ কৰে ২০টা ভোট। তাৎপৰ্যমূলক কথা যে চাংমাই লাভ কৰা আটাইকেইটা ভোট কংগ্ৰেছ দলৰ বিধায়কৰ।

ইফালে নিৰ্বাচনত সাব্যস্ত হোৱা ৫৬টা ভোটৰ এটা ভোট বাতিল হোৱা বুলিও জানিব পৰা গৈছে।

আনহাতে প্ৰথমবাৰৰ বাবে মেঘালয় বিধানসভাৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াবলৈ সাজু হৈছে ইউ ডি পি দলৰ মুৰব্বী ডংকুপাৰ ৰয় ।

মন কৰিবলগীয়া যে ইউ ডি পি দলৰ মুৰব্বী ডংকুপাৰ ৰয়ে ২০০৮-০৯ চনত মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সত গঠন হোৱা চৰকাৰৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ বিৰোধী দলৰ দলপতি হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰাৰ অভিজ্ঞতা আছে।

উল্লেখণীয় যে নৱনিৰ্বাচিত বিধানসভা অধ্যক্ষ তথা বিধায়ক ৰয় ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ ইউ ডি পিৰ সভাপতি।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd