DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰিয়ংকা ভৰালীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ যোৰহাটৰ চিনামৰা অ’ এন জি চি বিহু কমিটিৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 29, 2018 6:30 pm
PriyankaBharali
301
VIEWS
Share on FacebookShare on Twitter

যোৰাহাটৰ চিনামৰাত অ’ এন জি চিৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ যোৱা জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীক উদযাপন সমিতিৰ বিষয়ববীয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

ঘটনাৰ বিৱৰণি মতে, ২৭ এপ্ৰিলৰ নিশা প্ৰিয়ংকা ভৰালী অ’ এন জি চি বিহু কমিটিৰ আমন্ত্ৰণক্ৰমে সংগীত পৰিৱেশনৰ বাবে গৈছিল।

কিন্তু গায়িকাগৰাকী গ্ৰীন ৰূমত বহি থকা অৱস্থাত নিচাগ্ৰস্ত কেইজনমান কৰ্মকৰ্তাই তেওঁৰ সৈতে ছেলফি উঠিবলৈ প্ৰয়াস কৰে। কিন্তু ছেলফি উঠাৰ নামত তেওঁলোকে গায়িকাগৰাকীক হাৰাশাস্তি কৰিবলৈ ধৰে আৰু নিচাৰ অজুহাতত গাত পৰি দিবলৈ আৰম্ভ কৰে। পৰিস্থিতি বেয়া দেখি প্ৰিয়ংকাই গ্ৰীন ৰূমৰ পৰা ওলাই আহি নিজৰ গাড়ীত আশ্ৰয় লয়হি।

তাৎপৰ্য্যপূৰ্ণভাৱে আয়োজকসকলে তেতিয়া মঞ্চৰ পৰা ঘোষণা কৰে যে তেওঁ যিমান বিচাৰে সিমান টকা তেওঁলোকে দিব। কিন্তু গান গাবলৈ মঞ্চলৈ আহিব লাগে, যিটো কথাই গায়িকাগৰাকীক ক্ষুভিত কৰি তোলে।

পিছত প্ৰিয়ংকা ভৰালী মঞ্চলৈ যায় আৰু নিজৰ চহৰখনতে এনে ব্যৱহাৰৰ সন্মুখীন হোৱা বাবে দুখ প্ৰকাশ কৰে। তেওঁ মাননি হিচাপে লোৱা অগ্ৰিম ধন ঘূৰাই দিয়াৰ কথাও কয়। লগতে অনুৰোধ কৰে যে পিছদিনা অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিব লগীয়া কল্পনা পাটোৱাৰীৰ প্ৰতি যেন এনেকুৱা ব্যৱহাৰ কৰা নহয়।

উল্লেখযোগ্য যে আয়োজকসকলৰ আমন্ত্ৰণক্ৰমে গীত পৰিৱেশন কৰিবলৈ গুৱাহাটীৰ পৰা যোৱা গায়িকা গৰাকীয়ে নিজৰ ঘৰুৱা চহৰখনতে এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হোৱাত ক্ষোভ প্ৰকাশ কৰিছে। নাৰীৰ প্ৰতি চাৰিওপিনে হৈ থকা নিৰ্য্যাতন আৰু দুৰ্ব্যৱহাৰৰ মাজতে এই ঘটনাটোৱে সচেতন মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd