• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

পৰশুৰাম কুণ্ডৰ সৰ্বাত্মক বিকাশৰ বাবে অৰুণাচল প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰনব কুমাৰ দাস by প্ৰনব কুমাৰ দাস
February 10, 2018 12:58 pm
Parashuram Kund (1)
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই শুকুৰবাৰে লোহিত জিলাত অৱস্থিত পৰশুৰাম কুণ্ড ভ্ৰমণ কৰে।

তীৰ্থস্থানখনৰ বিষয়ে জানিবলৈ ৰাজ্যপালগৰাকীয়ে লোহিত জিলাৰ উপায়ুক্ত কাৰ্মা লেকি আৰু আন জিলা বিষয়াসকলক লগত লৈ ৪০০ টা চিৰিৰে নামি কুণ্ডটোৰ তলিত থকা পৱিত্ৰ স্থানত উপস্থিত হৈ কুণ্ডটো পৰিদৰ্শন কৰে।

Apply Now

তেওঁ পৰ্যটকৰ বাবে  নিৰ্মাণ কৰা আন্ত:গাঁথনি তথা অন্যান্য সা-সুবিধাসমূহৰ বুজ লয়।

জিলা বিষয়াসকললেৰে সৈতে মত বিনিময় কৰি ৰাজ্যপাল গৰাকীয়ে অঞ্চলটোৰ সৰ্বাত্মক বিকাশৰ বাবে পৰামৰ্শ আগবঢ়ায়। স্থানীয় ৰাইজৰ অৰ্থনৈতিক বিকাশৰ লগতে তীৰ্থযাত্ৰীৰ বাবে সা-সুবিধাকে ধৰি ৰাজ্যখনৰ বিখ্যাত তীৰ্থস্থানখনৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে সকলো বিষয় সামৰি এটা ব্লুপ্ৰিন্ট তৈয়াৰ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ আগেয়ে ৰাজ্যপালে ওৱাক্ৰো আৰু পৰশুৰাম কুণ্ড অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি, গাওবুঢ়া, পঞ্চায়ত প্ৰতিনিধিকে ধৰি স্থানীয় ৰাইজক সাক্ষাৎ কৰি কানিৰ খেতি, মাদক দ্ৰব্যৰ প্ৰচলন আৰু বন্দুক সংস্কৃতিৰ বিষয়ত তেওঁৰ চিন্তা ব্যক্ত কৰে।

তেওঁ কয় যে শিশুসকলৰ মাজত মাদক দ্ৰৱ্য সেৱনৰ প্ৰতি অভিভাৱক, আত্মীয়. চুবুৰীয়াকে ধৰি গোটেই সমাজখনে নজৰ ৰাখিব লাগে। ৰাজ্যপালে খেতিয়কসকলৰ বাবে জীৱিকাৰ বিকল্প উৎসৰ ওপৰত গুৰুত্ব দিয়ে।

ৰাজ্যপালগৰাকীয়ে বন্দুক সংস্কৃতিৰ বিষয়ে উল্লেখ কৰি ৰাইজক ইয়াক প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শান্তি আৰু উন্নয়নৰ বাবে আমাৰ জনসাধাৰণে হিংসা, লুণ্ঠন আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’ব লাগিব।

নামছাইলৈ বুলি যোৱাৰ আগেয়ে ৰাজ্যপাল আৰু তেওঁৰ পত্নীয়ে কুণ্ডৰ ওচৰত থকা পৰশুৰাম মন্দিৰত পূজা সেৱা আগবঢ়ায়।

প্ৰনব কুমাৰ দাস

প্ৰনব কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd