• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহু চৰ্চিত প্ৰেম যুটী মিলিন্দ আৰু অংকিতাই দৌৰিব ১৩০ কিলোমিটাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2017 11:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিলিন্দ সুমন আৰু তেওঁৰ প্ৰেমিকা অংকিতা কোঁৱৰে এক বিশেষ প্ৰেম যুটী হিচাপে চৰ্চিত হোৱাৰ সময়তে সেয়া বাস্তৱিকতে প্ৰমাণ কৰিবলৈ আগবাঢ়িছে দুই প্ৰেমিক যুগল।

দুয়োজনে এতিয়া উনাৰ পৰা ধৰমশালালৈ ১৩০ কিলোমিটাৰ দৌৰাৰ সিদ্ধান্ত লৈছে। দু:সাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী এই যুটীয়ে তেওঁলোকৰ অভিযানৰ সময়ত কিছু ফিটনেছ মন্ত্ৰও আগবঢ়াব অনুৰাগীসকলক।

Apply Now

বলিউডত ফিটনেছৰ এক প্ৰতীক হিচাপে পৰিচিত বয়সে হাৰ নমনা অভিনেতাগৰাকীৰ নামত কেইবাটাও অভিলেখে এতিয়া ভিৰ কৰিছেহি। তেওঁ তেওঁৰ এয়াৰ হোষ্টেছ প্ৰেমিকাগৰাকীৰ সৈতে এটা ফটো শ্বেয়াৰ কৰি লিখিছে , ‘’ৰাতিপুৱা ৫ বজাতে উঠি দীঘল দৌৰৰ বাবে সাজু হ’ম, উনাৰ পৰা ধৰমশালা ১৩০ কিলোমিটাৰ। ‘’

অভিনেতা তথা ফিট্নেছ প্ৰোৎসাহী মিলিন্দ সুমনে অলপতে নিজৰ ৫২ বছৰীয়া জন্মদিনটো  প্ৰেমিকা অংকিতা কোঁৱৰৰ সৈতে নৰ’ৱেত উদযাপন কৰাৰ পিছতে পুনৰ চৰ্চাৰ মাজলৈ আহিছিল। তেওঁলোকৰ প্ৰেম সম্বন্ধীয় নিবিড় মুহূৰ্তৰ আলোকচিত্ৰ প্ৰকাশ পোৱাৰ পিছত তেওঁলোকৰ মাজৰ বয়সৰ পাৰ্থক্যৰ কথা আলোচনাৰ বিষয় হৈ পৰিছিল।

অৱশ্যে অভিনেতাজনে তেওঁৰ আৰু প্ৰেমিকাৰ মাজৰ সম্পৰ্কটো লুকঢাক নকৰাকৈ প্ৰকাশ কৰিছে। একান্ত ব্যক্তিগত কিছু আলোকচিত্ৰ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ ৰোমান্টিক সম্পৰ্কৰ ইংগিত দাঙি ধৰি কিছু মন্তব্যও কৰিছে।

নৰ’ৱেৰ সেই ভ্ৰমণৰ কথা মাথোঁ সুৱঁৰি বৰ বেছি কথা প্ৰকাশ কৰা নাই অভিনেতাগৰাকীয়ে। মিলিন্দে কৈছে, ‘’এইয়া আছিল এক সম্পূৰ্ণ আৰু একক জন্মদিনৰ উদযাপন।‘’

প্ৰেমিকা অংকিতা কোৱঁৰৰ সৈতে প্ৰেমৰ সম্পৰ্কই পোখা মেলি উঠা মিলিন্দ সুমনে এতিয়া একাকীত্বৰ পৰা মুক্ত হৈ সংসাৰ বন্ধনৰ মাজত সোমাই পৰিব। শেহতীয়াকৈ দুয়োজনকে ইজনে সিজনৰ সংগত সুখী হিচাপে দেখা পোৱা গৈছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd