DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাত মেঠোনৰ আক্ৰমণত পাঁচজন আহত, দুজনৰ অৱস্থা সংকটজনক

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 11, 2019 1:02 pm
98
VIEWS
Share on FacebookShare on Twitter

বাক্সাৰ জনাঞ্চলত মেঠোনৰ মুক্ত বিচৰণ। মানাহৰ পৰা ওলাই অহা তিনিটা মেঠোনে আজি পুৱাৰ পৰাই অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছে। মেঠোনৰ আক্ৰমণত শুকিলাপাৰ গাঁৱৰ চাৰিগৰাকীকৈ লোক আহত হয়।

আহতকেইজনক ক্ৰমে কালিচৰণ কলিতা(৫০), তৰণী কলিতা(৪৮), সনাতন কলিতা(৪০) আৰু ৰাজনাথ কলিতা বুলি চিনাক্ত কৰা হৈছে। আহতকেগৰাকীৰ মাজৰ তৰণী কলিতা আৰু কালিচৰণ কলিতাৰ অৱস্থা সংকটজনক হোৱাত বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

বাক্সাৰ শালবাৰীৰ সস্তৰ গাঁৱত এটা, শুকিলাপাৰত এটা আৰু বজালীৰ বতিয়ামাৰীত আন এটা মেঠোনে বাতৰি লিখা সময়লৈকে আশ্ৰয় লৈ আছে বুলি জানিব পৰা গৈছে। ইয়াৰে সস্তৰ গাঁৱৰ মেঠোনটোৰ আক্ৰমণত আহত হয় এগৰাকী বনকৰ্মী। অৱশ্যে বন বিভাগ আৰু মানাহ মাউজী গেন্দ্ৰী ইক’ ট্যুৰিজিম ছ’ছাইটিৰ সদস্যই ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।

আনহাতে ঘটনাস্থলীত মানাহৰ ভূঞাপাৰা আৰু বাঁহবাৰী ৰেঞ্জৰ বনকৰ্মী, আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ লোক উপস্থিত হৈ মেঠোন তিনিটাক মানাহৰ ঘন জংঘললৈ খেদি নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd