• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বাৰম্বাৰ চীনৰ অনুপ্ৰৱেশ সম্পৰ্কত দৃঢ় আৰু কাৰ্যকৰী প্ৰত্যুত্তৰৰ দাবী অৰুণাচলৰ ছাত্ৰ সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2018 10:12 am
অৰুণাচলত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ স্থান

অৰুণাচলত চীনা সৈন্যৰ অনুপ্ৰৱেশৰ স্থান

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ উজনি ছিয়াং জিলাৰ টুটিং খণ্ডত অলপতে চীনা সৈন্যৰ অনুপ্ৰৱেশ সম্পৰ্কত কেন্দ্ৰই অস্বীকাৰ কৰা প্ৰসংগত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা (আপছু) ই। তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ পৰাই ইতিবাচক আৰু কাৰ্যকৰী প্ৰত্যুত্তৰ দাবী কৰিছে।

স্থানীয় গাঁৱবাসীয়ে প্ৰকাশ কৰিছিল যে চীনা সৈন্যৰ সৈতে চীনৰ পথ নিৰ্মাণকাৰী দলে এক্সকেভেটৰৰ সৈতে যোৱা বছৰৰ ২৮ ডিচেম্বৰত ভাৰতত প্ৰৱেশ কৰিছিল।

Apply Now

বিষয়টো যেতিয়া সুৰক্ষা বাহিনীৰ দৃষ্টিগোচৰ কৰা হয় তেতিয়া বিষয়টো অস্বীকাৰ কৰি তেওঁলোকে এইবুলি কয় যে এটা অসামৰিক দল ৰাস্তাৰ জোখমাখৰ কাৰ্যকলাপৰ বাবে আহিছিল আৰু ভাৰতীয় সেনাৰ সৈতে মুখামুখি হোৱাৰ পিছত এক্সকেভেটৰকে ধৰি পথ নিৰ্মাণৰ যন্ত্ৰ পাতিসমূহ এৰি থৈ গুচি যায়।

‘’ অৰুণাচলৰ উজনি ছিয়াং জিলাৰ টুটিং অঞ্চলৰ বিশিং গাঁৱৰ ওচৰত সেনাৰ মাজত কোনো সংঘাত হোৱা নাই। এয়া ডোকলাম সদৃশ পৰিস্থিতি নহয়। বিষয়টো দুয়োখন দেশৰ আনুষ্ঠানিক সমন্বয় ব্যৱস্থাৰ (ফ্লেগ এণ্ড বৰ্ডাৰ বিষয়াৰ বৈঠকত) জৰিয়তে নিষ্পত্তি কৰা হৈছে। চীনক তেওঁলোকৰ পথ নিৰ্মাণৰ যন্ত্ৰ পাতিসমূহ লৈ যাবলৈ কোৱা হৈছে,’’-নতুন দিল্লীত চৰকাৰী বিবৃতি এটাত এইদৰে কোৱা হৈছে।

অৱশ্যে, অৰুমাচলৰ স্থানীয় গাঁৱবাসীৰ মতে চীনৰ দলটোত অসামৰিক লোকৰ সৈতে পোছাকধাৰী সেনাৰ সদস্যও আছিল। ছাত্ৰ সংগঠনটোৱে দৃঢ়মত পোষণ কৰে যে চীনৰ বাৰাম্বাৰ দাবী আৰু অনুপ্ৰৱেশে স্পষ্টভাৱে ‘ভাৰতৰ সাৰ্বভৌমত্বক অগ্ৰাহ্য কৰিছে’।

‘’এনেধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ মৌন সঁহাৰি তথা বাৰম্বাৰ অস্বীকাৰ কৰা কাৰ্যই বিষয়টো সম্পৰ্কত তেওঁলোকৰ গুৰুত্বহীনতাকে প্ৰতিফলিত কৰিছে,’’-সংগঠনটোৱে এটা প্ৰেছ বিবৃতিত এইদৰে উল্লেখ কৰিছে।

চুবুৰীয়া ৰাজ্য অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ বিষয় উল্লেখ কৰি আপছুৱে লগতে ৰাজ্যখনত অবৈধ অনুপ্ৰৱেশকাৰী যাতে সোমাব নোৱাৰে তাৰ বাবে মুখ্য সচিবে সকলো জিলা উপাযুক্তকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আন্ত:ৰাজ্যিক পাৰপত্ৰ পৰীক্ষা কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিব লাগে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd