• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা এন চি পিৰ নেতা প্ৰফুল পেটেলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2018 11:51 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ নেতা তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰফুল পেটেলে কালি মেঘালয়ত দলটোৰ ৰাজ্যিক কাৰ্য্যালয় মুকলি কৰাৰ পিছতে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে কঠোৰ সমালোচনা কৰে। বিশেষকৈ বিজেপিৰ প্ৰতি নেতাজনক অধিক কঠোৰ হোৱা দেখা গ’ল। বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনে ৰাজ্যখনৰ পৰা গৈ ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা প্ৰয়াত পূৰ্ণ এ চাংমাৰ প্ৰতি সামান্যও সন্মান প্ৰদৰ্শন নকৰা বুলি অভিযোগ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে পেটেলে মেঘালয়ত বিভাজনৰ ৰাজনীতিয়েও গা কৰি উঠিছে বুলি অভিযোগ কৰে। ‘মেঘালয় এখন শান্তিপ্ৰিয় আৰু ভাতৃত্ববোধসম্পন্ন ৰাজ্য। ইয়াত এতিয়া বিভেদৰ ৰাজনীতি দেখা গৈছে। খাদ্যাভ্যাসৰ পৰা ধৰ্ম বিশ্বাস তথা সাংস্কৃতিক ক্ষেত্ৰলৈকে বিভেদমূলক উপাদান দেখা গৈছে। কিন্তু মেঘালয়ৰ ৰাইজে এইবোৰক প্ৰতিহত কৰিব।’ ৰাজ্যসভাৰ সদস্যজনে কয়।

Apply Now

আনহাতে আগন্তুক নিৰ্বাচনত দলৰ স্থিতি সম্পৰ্কত মন্তব্য দি কয় যে দলটোৱে গাৰো পাহাৰৰ ২৪ টা সমষ্টিৰ ২২টাত আৰু খাচি-জয়ন্তীয়া পাহাৰৰ ৩৬ সমষ্টিৰ ২০টাত প্ৰতিদ্বন্দ্বিতা কৰিব। দলটোৱে অকলেই নিৰ্বাচন খেলিব বুলি স্পষ্ট কৰি দি কয় যে এন চি পি দলে কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে মিত্ৰতা নকৰে। অৱশ্যে আঞ্চলিক দলৰ সৈতে কিছু বুজাবুজি থাকিব বুলি কয়। লগতে তেওঁ ভৱিষ্যতে ধৰ্ম নিৰপেক্ষ দৃষ্টিভংগিৰ ক্ষেত্ৰত সমভাবাপন্ন দলৰ সৈতে কাম কৰাৰ ইংগিত দিয়ে।

উল্লেখযোগ্য যে প্ৰাক্তন লোকসভাৰ অধ্যক্ষ তথা ৰাজ্যখনৰ এজন প্ৰভাৱশালী নেতা পূৰ্ণ এ চাংমাও এন চি পি নামৰ ৰাষ্ট্ৰীয় দলটোৰ এজন প্ৰতিষ্ঠাপক নেতা আছিল যদিও দলটোৱে ৰাজ্যখনত বৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলে। যোৱা বিধান সভা নিৰ্বাচনত দলটোৱে মাত্ৰ দুখন আসনহে পাইছিল। আনহাতে দলটোৱে শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ সৈতে ৰাজ্যখনত চৰকাৰৰ অংশীদাৰ হৈ আছে যদিও প্ৰফুল পেটেলে অভিযোগ কৰে যে অংশীদাৰ দল হিচাপে তেওঁলোকক প্ৰাপ্য সন্মান দিয়া হোৱা নাই। আনহাতে কংগ্ৰেছ চৰকাৰখনে চূড়ান্ত অনিয়ম আৰু দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰিছে নেতাজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd