• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি-এনডিপিপিয়ে গঢ়িব কৰিব এখন নতুন নাগালেণ্ড: ৰাম মাধৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 10:36 am
Ram-Madhav-in-Nagaland-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে বিজেপি-এনডিপিপি মিত্ৰজোঁট ক্ষমতালৈ আহিলে নাগালেণ্ডৰ চেহেৰা সলনি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অভিযোগ কৰে যে এনপিএফ নেতৃত্বৰ চৰকাৰখনে সকলো দিশতে ব্যৰ্থ হৈছিল।

৫২ নং লংখিম-চাৰে বিধানসভা সমষ্টিত বিজেপিৰ এখন নিৰ্বাচনী সভাত ভাষণ দি ৰাম মাধৱে কয় যে নাগালেণ্ড ৰাজ্যখনৰ বিকাশৰ বাবে কেন্দ্ৰৰ যথেষ্ট পুজি আছে।

Apply Now

ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী প্ৰকাশ কৰি বিজেপি নেতাগৰাকীয়ে খ্ৰীষ্টান মিছনাৰীসকলে পূব নাগালেণ্ড অঞ্চলত শিক্ষা বিস্তাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয়।

তেওঁ কয় যে কোনো বাহিৰৰ বা মুলসুঁতিৰ লোকে পূব নাগালেণ্ড পীপলছ অৰ্গেনাইজেশ্যনৰ নিয়ন্ত্ৰণৰ অধীনত থকা অঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে। ‘’মিছনাৰীসকলৰ ত্যাগৰ বাবেই এই অঞ্চলৰ লোকসকল আজি গৰ্বিতভাৱে থিয় হৈ আছে,’’-মাধৱে কয়।

মাধৱে টুৱেনচাং জিলাৰ জৰাজীৰ্ণ পথৰ অৱস্থাৰ বিষয়ে টিপ্পনী দাঙি ধৰি কয় যে ইয়াত বাস্তৱিকতে কোনো পথ নাই মাথোঁ ‘গাঁত’হে আছে। তেওঁ ‘অঞ্চলটোৰ জনসাধাৰণৰ আৰু ৰাজ্যখনৰ দুৰ্দশা’ৰ বাবে চৰকাৰক দোষাৰোপ কৰে।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুৱে সভাত ভাষণ দি কয় যে এই নিৰ্বাচনটো কেৱল বিজেপিৰ বাবেই নহয় লগতে ৰাজ্যখনৰ তথা দেশখনৰ বাবেও গুৰুত্বপূৰ্ণ আছিল।

নাগা ৰাজনৈতিক সমস্যাটোৰ কথা উল্লেখ কৰি ৰিজিজুৱে কয় যে পূৰ্বৰ কেন্দ্ৰত থকা চৰকাৰসমূহৰ সমস্যাটো সমাধানৰ বাবে কোনো ৰাজনৈতিক সদিচ্ছা নাছিল।

‘’আপুনি যদি সমস্যাটো বুজিব বা চিনাক্ত কৰিব নোৱাৰে, আপুনি কেতিয়াও তাক সমাধান কৰিবলৈ সক্ষম নহয়,’’-তেওঁ কয়।

ৰিজিজুৱে লগতে কয় যে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰখনে সন্মিলিতভাৱে ভাৱে ব্যৱস্থাসমূহ গ্ৰহণ কৰিছে আৰু সঠিক দিশেৰে আগবাঢ়িছে।

বিজেপি নেতা দুগৰাকীয়ে ২৯ নং জেনপেটকং বিধানসভা সমষ্টিৰ এখন সভাতো ভাষণ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd