DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজয় মুকুট পিন্ধি ঘৰলৈ উভতিল ‘ভয়চ ইণ্ডিয়া কিডছ’ৰ চেম্পিয়ন মানসী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 4:45 pm
manashi-sahariah
73
VIEWS
Share on FacebookShare on Twitter

এণ্ড টিভিৰ ৰিয়েলিটি শ্ব’ ভয়চ ইণ্ডিয়া কিডছ ছিজন-২ ৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰি ৰাজ্যখনলৈ সু-নাম কঢ়িয়াই অনা অসম জীয়ৰী মানসী চহৰীয়া আজি অসম আহি পালেহি।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’টোত বিজয়ী খিতাপ দখল কৰা মানসীয়ে ট্ৰফীৰ লগতে ২৫ লাখ টকাৰ এখন চেক লাভ কৰিছিল।

দেওবাৰে নিশা এণ্ড টিভিত চেম্পিয়নগৰাকীৰ নাম ঘোষণা কৰাৰ লগে লগে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰে।

শীৰ্ষ ৬ গৰাকী প্ৰতিযোগীক চেৰ পেলাই বিজয়ী খিতাপ আঁজুৰি আনিবলৈ সক্ষম হোৱা মানসীৰ ঘৰ হৈছে দৰং জিলাৰ কলাইগাঁৱৰ উডমাৰিত।

নিচেই কম বয়সৰ পৰাই সংগীতৰ প্ৰতি আগ্ৰহ থকা মানসীয়ে ঘৰখনতে পাইছিল এক মধুৰ সাংগীতিক পৰিবেশ।তেওঁৰ দেউতাক অনুপম চহৰীয়া এগৰাকী ভাল বাদ্য-যন্ত্ৰ শিল্পী তথা মাতৃ জীতু মণি চহৰীয়াই  ভাতখাণ্ডে সংগীত প্ৰতিষ্ঠানৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল।

আনহাতে উক্ত প্ৰতিযোগীতাখনত দ্বিতীয় ৰানাৰ্ছআপৰ খিতাপ দখল কৰে আন এগৰাকী অসম সন্তান শ্ৰুতি গোস্বামীয়ে।

দুগৰাকীকৈ অসম কন্যাৰ এই সাফল্যয়ে অসমবাসীক গৌৰৱাম্বিত কৰি তুলিছে।

 

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd