• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয়ৰ চৌহদৰ পৰাই দুগৰাকীকৈ ছাত্ৰী অপহৰণৰ ঘটনাত উদ্বিগ্ন তেজপুৰৰ অভিভাৱক সমাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2018 12:03 pm
Kidnap
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰৰ চাৰিমাইলৰ এখন উল্লেখযোগ্য ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চৌহদৰ পৰাই দুগৰাকীকৈ ছাত্ৰী অপহৃত হোৱাৰ ঘটনাই এতিয়াও অঞ্চলটোৰ অভিভাৱকসকলক এতিয়াও চিন্তিত কৰি ৰাখিছে। এজন সাধাৰণ টেম্প’ চালকে দুগৰাকীকৈ ছাত্ৰীক কেনেকৈ বিদ্যালয়ৰ শ্ৰেণী চলি থকাৰ সময়ত অপহৰণ কৰি নিব পাৰিলে সেই লৈ প্ৰশ্ন উঠিছে। আনহাতে বিদ্যালয় কৰ্তৃপক্ষই কথাটো গাপ দিব বিচৰাটোতো অভিভাৱকসকল ক্ষুণ্ণ হৈছে।

উল্লেখযোগ্য যে কালি তেজপুৰৰ চাৰিমাইলত থকা ছেইণ্ট মেৰিজ স্কুলৰ পৰা পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ দুগৰাকী ছাত্ৰীক অপহৰণ কৰি নিছিল এজন দুৰ্বৃত্তই। পিছত শোণিতপুৰ আৰক্ষী আৰু ঠেলামৰা আৰক্ষীৰ তৎপৰতাত ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হ’ল যদিও ঘটনাটোৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে।

Apply Now

আনহাতে ধৃত জাকিৰ হুছেইনৰ নাৰী সৰবৰাহকাৰীৰ সৈতে সম্পৰ্ক আছে নেকি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। জেৰাত জাকিৰ হুছেইনে স্বীকাৰ কৰামতে তেওঁ ছোৱালী দুজনীক নি ঠেলামৰাত হাফিজ নামৰ এজন ব্যক্তিৰ হাতত তুলি দিয়াৰ কথা আছিল। ইয়াৰ বাবে তেওঁ ২ হাজাৰ টকা পোৱাৰ বন্দৱস্ত আছিল।

অভিভাৱকসকলে অভিযোগ কৰা মতে, ঘটনাটো ঘটাৰ পিছতো বিদ্যালয় কৰ্তৃপক্ষই ইয়াক লুকুৱাই ৰখাৰ চেষ্টা কৰিছিল। স্থানীয় একাংশ লোকৰ হেঁচাতহে আৰক্ষীক অৱগত কৰিবলৈ বাধ্য হয় স্কুল কৰ্তৃপক্ষ। ইয়াৰোপৰি সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ লগে লগে অধ্যক্ষকে ধৰি শিক্ষক-শিক্ষয়িত্ৰীসকল শ্ৰেণীত সোমাই দুৱাৰ বন্ধ কৰি ৰাখে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে গুৱাহাটী মহানগৰীতো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা এটি শিশুক অপহৰণ কৰা হৈছিল। পিছত আৰক্ষীয়ে সুস্থ অৱস্থাত শিশুটিক উদ্ধাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd