• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

বিদ্যালয়ৰ ভাষানীতি সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ সাহসী সিদ্ধান্ত : স্থানীয় ভাষাত পাঠদান হ’ব পঞ্চম শ্ৰেণী পৰ্য্যন্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 6:39 pm
language-nagaland
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ ভাষানীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সৈতে আজি বিদ্যালয়ী শিক্ষা আৰু এছ চি ই আৰ টিৰ প্ৰধান সচিব মেনুখল জনে এখন জাননী জাৰি কৰিছে। এই জাননীত উল্লেখ কৰা নিৰ্দেশনা মতে, ৰাজ্যখনত ত্ৰি-ভাষাৰ নীতি প্ৰচলন কৰা হ’ব। প্ৰথম শ্ৰেণীৰ পৰা নাগা হেৰিটেইজ ষ্টাডিজ টেক্সটবুকৰ পাঠদান স্থানীয় ভাষাত দিব লাগিব।

আনহাতে এই নীতিৰ আধাৰত ২০১৯ চনৰ পৰা পৰ্য্যায়ক্ৰমে পঞ্চম শ্ৰেণীৰ পৰা আৰু ষষ্ঠৰৰ পৰা সপ্তম শ্ৰেণীলৈ ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰা ঐচ্ছিক ইংৰাজী (Alternative English) আঁতৰাই দিয়া হ’ব। এই নতুন নীতিৰ উদ্দেশ্য হৈছে সমগ্ৰ ৰাজ্যখনতে স্থানীয় ভাষা (dialects)বোৰক উৎসাহিত কৰা। প্ৰধান সচিবজনে ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়কে এই নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

জাননীখনত অৱশ্যে কোৱা হৈছে নগৰীয়া অঞ্চলবোৰত স্থানীয় ভাষা ব্যৱহাৰ কৰাৰ উপৰি স্থানীয় ভাষিক গোটৰ বাহিৰৰ ল’ৰা-ছোৱালীৰ বাবে নাগা হেৰিটেইজ ষ্টাডিজ ইংৰাজীতো পোৱা যাব।

ইতিমধ্যে নাগালেণ্ড মাধ্যমিক শিক্ষা পৰিষদৰ (NBSE)  অধ্যক্ষই ইয়াৰ অধীনৰ সকলো সংযুক্ত উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই নিয়ম মানি চলা সন্দৰ্ভত প্ৰতিবেদন দিবলৈ কৈছে আৰু নিয়ম নমনা বিদ্যালয়বিলাকৰ তালিকা গাঁথি দিবলৈ নিৰ্দেশ দিছে, যাতে এইবোৰৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা যায়।

উল্লেখযোগ্য যে পূৰ্বৰ জেলিয়াং চৰকাৰে নাগালেণ্ডৰ বিদ্যালয়বোৰৰ ভাষানীতি সম্পৰ্কীয় অধ্যয়নৰ বাবে এখন কমিটী গঠন কৰি দিছিল। এই কমিটীখনে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছিল যে স্থানীয় ভাষাবিলাক ব্যৱহাৰত নথকাৰ বাবে বহুতো মুখৰ ভাষা সংকটাপন্ন হৈ পৰিছে। প্ৰতিবেদনটোৰ মতে, সাম্প্ৰতিক সময়ৰ বেছিভাগ নাগা ল’ৰা-ছোৱালীয়েই তেওঁলোকৰ স্থানীয় ভাষাত ভাব আদান-প্ৰদান কৰিব নোৱাৰে। আনকি ঘৰতো নাগামীজ বা ইংৰাজীতে কথা পাতে।

নতুন চৰকাৰখনৰ উপৰোক্ত নতুন ভাষানীতিও উক্ত কমিটীৰ প্ৰতিবেদনৰ আধাৰতে লোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd