DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

বিদ্ৰোহী গোটৰ উপৰ্যুপৰি কৰ সংগ্ৰহত ডিমাপুৰৰ ব্যৱসায়ীৰ ব্যৱসায় বন্ধ হোৱাৰ উপক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2018 8:05 pm
illegal tax collection at dimapur

প্ৰতিনিধিত্বমূলক ছবি

72
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ বাণিজ্যিক চহৰ ডিমাপুৰত ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ ওপৰত বিভিন্ন নাগা বিদ্ৰোহী সংগঠনে চলাই অহা উপৰ্যুপৰি কৰ সংগ্ৰহৰ ফলত ডিমাপুৰ চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাছট্ৰি (ডি চি চি আই)এ ব্যৱসায়-বাণিজ্য বন্ধ কৰাৰ উপক্ৰম হৈছে।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে ডি চি চি আয়ে নাগালেণ্ড চৰকাৰক বিষয়টোত অনতিপলমে হস্তক্ষেপ কৰি যথোপযুক্ত ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনাইছে।

বিবৃতিটোত কোৱা অনুসৰি বিভিন্ন নাগা বিদ্ৰোহী গোটে ব্যৱসায়িক গোষ্ঠীৰ ওপৰত বছৰেকীয়া কৰ, এজেন্সি কৰ, গে’ট কৰ, পৰিবহণ কৰ, ছিণ্ডিকে’ট মাচুল আদিৰ নামত চলাই অহা ‘অগণিত আৰু অনিয়ন্ত্ৰিত অবৈধ কৰ সংগ্ৰহে’ ব্যৱসায়িক গোষ্ঠীক অতিষ্ঠ কৰি তুলিছে।

ডি চি চি আয়ে অতি খেদেৰে কয়, ‘সাধাৰণ কথাত ক’ব গ’লে, আমি প্ৰত্যেক সামগ্ৰীতে ১০’ৰ পৰা ১৫’টা কৰ দিওঁ।

ইমান বেছি অবৈধ কৰ দি বিশ্বৰ কোনো ঠাইত ব্যৱসায় টিকি থকা সম্ভৱ নহয় বুলি উল্লেখ কৰি ডি চি চি আয়ে কয় যে ডিমাপুৰত এতিয়া অবৈধ কৰ সংগ্ৰহৰ বাদে কোনো ধৰণৰ ব্যৱসায়েই তিষ্ঠি থাকিব নোৱাৰা হৈছে।

ইয়াৰ উপৰি সঘন ভাবুকি তথা ভীতি প্ৰদৰ্শনে ব্যৱসায়ীসকলক সম্পূৰ্ণ অসুৰক্ষিত কৰি তুলিছে বুলিছে বিবৃতিটোত কোৱা হয়।

Recent News

cow hug day

‘গো আলিংগন দিৱস’লৈ সঁহাৰি সঞ্জয় ৰাউটৰ: আদানীক বিজেপিৰ পবিত্ৰ গৰু আখ্যা

labourers killed while cleaning oil tank

মৰ্মান্তিক! কাৰখানাত তেলৰ টেংকি চাফা কৰি থকা অৱস্থাতে সাত শ্ৰমিকৰ মৃত্যু

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd