• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাত মন্ত্ৰী-বিধায়কৰ দৰমহা বৃদ্ধিৰ বিধেয়ক গৃহীত : ৪৩ মাহে দৰমহা নোপোৱা পঞ্চায়ত প্ৰতিনিধিৰ কথা চিন্তা নকৰিলে বিধানসভাই

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 10:51 pm
assam-assembly_650x400_41494512258
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিনটোত গৃহীত হ’ল কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। ইয়াৰ ভিতৰত ঘাইকৈ আছে মন্ত্ৰী-বিধায়কৰ দৰমহা সম্পৰ্কীয় বিধেয়ক। নতুন বিধেয়কে ৰাজ্যখনৰ মন্ত্ৰী-বিধায়কসকলৰ দৰমহা প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰিব। ইয়াৰ লগতে পূৰ্বৰ ভাট্টাসমূহো প্ৰায় দুগুণ কৰা হৈছে।

নতুন দৰমহা গাঁথনি মতে, এতিয়াৰে পৰা মুখ্য মন্ত্ৰীৰ দৰমহা ১ লাখ ৩০ হাজাৰ টকা (পূৰ্বতে আছিল ৯০ হাজাৰ টকা), লগতে অন্যান্য ভাট্টাসমূহো দুগুণ হ’ব। বিধানসভাৰ অধ্যক্ষই পাব ১ লাখ ২০ হাজাৰ টকা (পূৰ্বতে আছিল ৮০ হাজাৰ টকা)। আন আন মন্ত্ৰীসকলে দৰমহা পাব ১ লাখ ১০ হাজাৰ টকাকৈ (পূৰ্বতে আছিল ৮০ হাজাৰ টকা)। বিধায়কসকলে লাভ কৰিব ৮০ হাজাৰ টকাকৈ (পূৰ্বতে আছিল ৬০ হাজাৰ টকা)। বিৰোধী দলৰ দলপতিয়ে পাব ১ লাখ ১০ হাজাৰ টকা (পূৰ্বতে আছিল ৮০ হাজাৰ টকা)। আনহাতে প্ৰাক্তন বিধায়কৰ পেন্সনৰ পৰিমাণ বৃদ্ধি কৰি পূৰ্বৰ ৩০ হাজাৰ টকাৰ বিপৰীতে ৪০ হাজাৰ টকা কৰা হৈছে।

bill-salary-assembly

এই নতুন বিধেয়কৰ প্ৰস্তাৱবোৰ ১ এপ্ৰিল, ২০১৮ তাৰিখৰ পৰাই কাৰ্য্যকৰী হ’ব।

মন কৰিব লগীয়া যে পুঁজিৰ অভাৱত ৰাজ্যৰ জ্বলন্ত সমস্যাবোৰ সমাধানহীন অৱস্থাত ৰৈ যোৱাৰ সময়তে আইন প্ৰণেতা তথা জনপ্ৰতিনিধিসকলে নিজৰ দৰমহা ইচ্ছামতে বৃদ্ধি কৰি লোৱাটোৱে সৰ্বসাধাৰণ নাগৰিকৰ মনত প্ৰশ্নৰ উদ্ৰেক কৰিছে। আনহাতে পঞ্চায়ত পৰ্য্যায়ৰ প্ৰতিনিধিসকলৰ বিগত ৪৩ মাহ ধৰি দৰমহা হোৱা নাই। সৰ্বসাধাৰণৰ মাজলৈ চৰকাৰৰ আঁচনিবোৰ লৈ যোৱা, সৰ্বসাধাৰণক চৰকাৰৰ সজাগতামূলক কাৰ্য্যবোৰ জনপ্ৰিয় কৰাত ভূমিকা লোৱা এই পঞ্চায়ত প্ৰতিনিধিসকলে তেনেই কম দৰমহা লাভ কৰে। এই কম দৰমহাৰো বিগত ৪৩ মাহৰ দৰমহা পোৱা নাই পঞ্চায়ত প্ৰতিনিধিসকলে। অথচ এই লৈ চৰকাৰ মুঠেই উদ্বিগ্ন নহয়।

আনহাতে শ শ ছাত্ৰী আৰু কৰ্মৰত শিক্ষকৰ ভৱিষ্যত দোদুল্যমান অৱস্থাত ৰখা অসম মহিলা বিশ্ববিদ্যালয় সম্পৰ্কতো চৰকাৰৰ স্পষ্ট স্থিতি বিধানসভাৰ মজিয়াত দেখা নগ’ল।

ঘোষণা নহ’ল ৰাজ্যৰ ভগ্ন মথাউৰিবোৰৰ মেৰমতি সম্পৰ্কীয় পদক্ষেপ। ইমানবোৰ সমস্যাক পিঠি দি জনপ্ৰতিনিধিসকল ব্যস্ত হ’ল নিজৰ দৰমহা বৃদ্ধি কৰাত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd