DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব নাগালেণ্ড

বিধানসভা নিৰ্বাচনৰ বাবে নাগালেণ্ডলৈ ৰাওনা হ’ব চি এ পি এফৰ ২৮১ টা কোম্পানী

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2018 9:14 pm
nagaland

প্ৰতিনিধিত্বমূলক ছবি

70
VIEWS
Share on FacebookShare on Twitter

২৭ ফেব্ৰুৱাৰিৰ পৰা হ’ব লগীয়া আসন্ন নাগালেণ্ড বিধানসভা নিৰ্বাচনত নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে নাগালেণ্ডলৈ কেন্দ্ৰীয় সশস্ত্ৰ অৰক্ষী বাহিনী (চি এ পি এফ)ৰ ২৮১ টা কোম্পানী প্ৰেৰণ কৰা হ’ব।

দেওবাৰে এই কথা জানিবলৈ দি নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিংহাই কয় যে উক্ত ২৮১ টা কোম্পানীৰ ৭৭ টা কোম্পানী ইতিমধ্যে ৰাজ্যখনত উপস্থিত হৈছে। আনহাতে বাকী ২০৪ টা কোম্পানী ১৮ ফেব্ৰুৱাৰিত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনৰ পিছতে ৰাজ্যখনত উপস্থিত হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে নগদ টকা, অস্ত্ৰ, সুৰা আৰু অন্যান্য অবৈধ সামগ্ৰীৰ নিৰীক্ষণ কৰিবলৈ চি এ পি এফৰ এটা ভাগক আৰক্ষী চকী সমূহত নিয়োগ কৰা হৈছে।

২১৯৪ টা ভোট কেন্দ্ৰত নিৰাপত্তা দিয়াৰ উদ্দেশ্যে ২৮,১০০ গৰাকীতকৈ অধিক চি এ পি এফৰ জোৱান নিয়োগ কৰাৰ লগতে ৰাজ্যিক সহস্ৰ আৰক্ষীৰ ৫৮ টা কোম্পানীৰ ৫৬৯৮ গৰাকী জোৱান তথা জিলা কাৰ্যকৰী বাহিনীক নিৰ্বাচনৰ দায়িত্বত নিয়োগ কৰা হ’ব।

বিধানসভা নিৰ্বাচনটোৰ বাবে কেন্দ্ৰ তথা ৰাজ্যৰ প্ৰায় ৪৫,০০০ নিৰাপত্তাৰক্ষী জোৱান নিয়োগ কৰা হ’ব।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd