• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহস্থলীৰ পৰা আটক চাঁওতাল লিবাৰেশ্যন আৰ্মিৰ সেনাধক্ষকে ধৰি তিনি সদস্য

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 13, 2018 10:37 pm
NSLA militants nabbed at Gossaigaon
109
VIEWS
Share on FacebookShare on Twitter

চোৰাংচোৱা বিভাগৰ পৰা পোৱা খবৰৰ ভিত্তিত সেনা বাহিনী, স্থানীয় আৰক্ষী আৰু ক’ব্ৰা বেটেলিয়নে মিলি সোমবাৰে নিশা এক অভিযান চলাই তিনিজন উগ্ৰপন্থী আটক কৰে। আটকাধীন উগ্ৰপন্থীকেইজনক নেশ্যনেল চাঁওতাল লিবাৰেশ্যন আৰ্মি (আলোচনা বিৰোধী গোট)ৰ সদস্য বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি গোসাইগাওঁ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা দলে উগ্ৰপন্থীকেইজনক সোমবাৰে নিশা প্ৰায় ১১.১৫ বজাত গোসাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কুইণ্টেনপুৰ গাৱঁৰ এক বিবাহস্থলীৰ পৰা আটক কৰে।

আটকাধীন উগ্ৰপন্থীকেইজনৰ ভিতৰত গোসাইগাৱঁৰ মোলেকাপুৰৰ ছলেমান হেমব্ৰমৰ পুত্ৰ তথা গোটটোৰ কমাণ্ডাৰ ইন চিফ দিপক হেমব্ৰম (২৯) ওৰফে বাজুন ওৰফে চোৰাই ওৰফে বিজয় বুলি চিনাক্ত কৰা হৈছে। বাকী দুজন সদস্যক ক্ৰমে গোসাইগাৱঁৰ ছসোঘুটুৰ ইছাক মুৰ্মুৰ পুত্ৰ বিনয় মুৰ্মু ওৰফে মাৰাণ্ডা (২২) আৰু গোসাইগাওঁ আৰক্ষী থানাৰ লোটামাৰি গাৱঁৰ প্ৰয়াত মাইকেল ছোৰেনৰ পুত্ৰ ছিবাছটিন ছোৰেন (২৭) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ পৰা এটা ৯ এম এম পিষ্টল, এটা মেগাজিন, ৫ জাঁই সক্ৰিয় গুলীৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হয়।

অধিক তথ্যৰ বাবে ধৃত উগ্ৰপন্থী কেইজনক বৰ্তমান জেৰা কৰি থকা হৈছে বুলি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd