DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সংগীত শিল্পী দীপালী বৰঠাকুৰলৈ বীৰাংগনা মূলা গাভৰু বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2018 11:45 am
Deepali Barthakur

ফাইল ফটো

453
VIEWS
Share on FacebookShare on Twitter

টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে বিগত ২০১৩ বৰ্ষৰ পৰাই ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সদৰ সোণাৰিত অনুষ্ঠিত কৰি আহিছে বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱস তথা বঁটা প্ৰদান অনুষ্ঠান।

এইবাৰ ২০১৮ বৰ্ষত ৰাজ্যখনৰ বিশিষ্ট সংগীত শিল্পী, সুকন্ঠী গায়িকা, লেখিকা দীপালী বৰঠাকুৰক এই বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে।

অসমৰ শিক্ষা, কলা-সংস্কৃতি, সাহিত্য, ৰাজনীতি, সমাজ সংগঠন আদি দিশত উল্লেখনীয় বৰঙনি আগবঢ়োৱা নাৰীক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। বিগত বৰ্ষকেইটাত যথাক্ৰমে চিত্ৰলেখা ফুকন, বিৰুৱালা ৰাভা, নিৰুপমা বৰগোহাঞি, ড০ অনিমা গুহ আৰু ড০ সুখ বৰুৱাক ইতিমধ্যে এই বঁটা প্ৰদান কৰা হৈছে।

উদ্যোক্তাসকলে শুকুৰবাৰে সোণাৰি আৱৰ্ত ভৱনত এখন সংবাদ মেল অনুষ্ঠিত কৰি অহা ৩০ এপ্ৰিলত সোণাৰি নগৰৰ ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি জনায়।

উল্লেখযোগ্য যে  স্বদেশৰ বিপৰ্যয়ত সাহসেৰে থিয় দিবৰ বাবে বিশেষকৈ নাৰী শক্তিক জাগ্ৰত কৰিবৰ বাবেই টাই আহোম যুৱ পৰিষদ, চৰাইদেউ জিলা সমিতিয়ে এই বঁটা প্ৰদান কৰি আহিছে।

Recent News

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd