DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশিষ্ট সাহিত্যিক ৰত্ন ওজালৈ ডঃ ভূপেন হাজৰিকা বঁটা বেলতলা ব’হাগী উৎসৱ সমিতিৰ  

এনই নাও নিউজ by এনই নাও নিউজ
April 22, 2018 3:02 pm
ratna
129
VIEWS
Share on FacebookShare on Twitter

বেলতলা ব’হাগী উৎসৱ সমিতিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা  ব’হাগী উৎসৱৰ আজি অন্তিম দিন। বেলতলা বহা’গী উৎসৱৰ এই অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।

উল্লেখযোগ্য যে আজি সাংস্কৃতিক সন্ধিয়াৰ মাজতে অনুষ্ঠিত হ’ব এক বঁটা বিতৰণী অনুষ্ঠান। যশস্বী শিল্পী, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি তথা অসমৰ লোকসংস্কৃতিৰ সাধক ৰত্ন ওজাক ডঃ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰিব বেলতলা ব’হাগী উৎসৱ সমিতিয়ে।

অসমীয়া সাহিত্য জগতৰ লগতে লোক-সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ অৱদান যোগাই অহা ৰত্ন ওজাক ডঃ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে এইবেলি পাটমাদৈ বঁটা লাভ কৰিছে ধেমাজিৰ শিৰোশ্ৰী শইকীয়াই।

একেদৰে শ্ৰেষ্ঠ হুঁচৰি দলৰ সন্মান লাভ কৰিছে মৰাণৰ ৰংমন এনাজৰী দলে। দ্বিতীয় শ্ৰেষ্ঠ হুঁচৰি দলৰ সন্মান লাভ কৰিছে ডিগবৈৰ দিহিং বিহুৱা দলে। মুকুট চেতিয়াই শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰাৰ বিপৰীতে ভাস্কৰ বৰুৱাই লাভ কৰিছে শ্ৰেষ্ঠ পেঁপাবাদৰ সন্মান।

অনুষ্ঠানৰ লগত সংগতি ৰাখি জুবিন গাৰ্গ অভিনীত নৱতম কথাছবি ‘দ্য আণ্ডাৰৱৰ্ল্ড’ৰ প্ৰ’ম’ আৰু গীতৰ এলবাম আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।

বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি ৰাতুল বৰুৱা, কাৰ্যকৰী সভাপতি উদয় আদিত্য গোস্বামী, সাধাৰণ সম্পাদক সঞ্জয় গোস্বামী, সাংস্কৃতিক বিভাগৰ সভাপতি জয়ন্ত গগৈ আৰু  সম্পাদক দিলীপ মহন্তই ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd