DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহু মঞ্চত হিন্দী নহয় অসমীয়া বা থলুৱা জনজাতীয় গীতহে পৰিৱেশন কৰা উচিত : কল্পনা পাটোৱাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2018 11:40 pm
kalpana patowary
370
VIEWS
Share on FacebookShare on Twitter

বিহু মঞ্চত হিন্দী গীত নহয় অসমীয়া বা আন থলুৱা জনজাতীয় গীতহে পৰিৱেশন কৰা উচিত বুলি ব’হাগ বিহুৰ প্ৰাক মুহূৰ্তত আজি ২৯ মাৰ্চত মত প্ৰকাশ কৰিছে ‘ভোজপুৰী ৰাণী’ৰূপে প্ৰখ্যাত গায়িকা কল্পনা পাটোৱাৰীয়ে।

বিহু মঞ্চত হিন্দী গীত পৰিৱেশনক লৈ যোৱা কিছু বছৰ হৈ থকা বিতৰ্কৰ মাজতে এই সন্দৰ্ভত আজি গায়িকাগৰাকীয়ে ‘যিহেতু ৰঙালী বিহু অসমীয়াৰ বাপতি সাহোন, গতিকে বিহু মঞ্চত অসমীয়া গীত অথবা বিহু নাইবা অন্য জনজাতীয় গীতসমূহ পৰিৱেশন কৰিব লাগে বুলি মই ভাবো’ বুলি মত প্ৰকাশ কৰে।

‘উৎসৱৰ লগত সংগতি ৰাখি অসমৰ থলুৱা গীত পৰিৱেশন কৰি এক জাগৰণ অনাৰ প্ৰয়াস কৰিব লাগে‘ বুলিও তেওঁ মন্তব্য কৰে।

‘হৃদয় বীণাৰ তাঁৰ ছিঙি গ’ল বহুবাৰ’ শীৰ্ষক পাটোৱাৰীৰ এটা আধুনিক গীতৰ সংকলন গুৱাহাটী প্ৰে’ছ ক্লাবত উন্মোচন কৰাৰ পিছতে এন ই নাওৰ সৈতে হোৱা কথা-বাৰ্তাত গায়িকাগৰাকীয়ে বিহু মঞ্চক লৈ এই মত প্ৰকাশ কৰে।

আনহাতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব লগা কমনৱেলথ গে’মছত দেউৰী বিছু (বিহু) গীতৰ লগতে অন্যান্য জনজাতীয় গীতৰ ডেৰঘণ্টীয়া এক অনুষ্ঠান পৰিৱেশন কৰিব গায়িকাগৰাকীয়ে।

বৰপেটাৰ এটি সৰু অঞ্চলৰ পৰা আহি অষ্ট্ৰেলিয়াত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰিত হ’ব পৰাটো ‘এক সফলতা হিচাপে ভাবো’ বুলি নিজৰ মনৰ ভাব প্ৰকাশ কৰি তেওঁ কয়, ‘মোক ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত কৰি এই অনুষ্ঠান পৰিৱেশন কৰিবলে পঠোৱা নাই। অষ্ট্ৰেলিয়া চৰকাৰৰ ফালৰ পৰা জেন মৰ্টেনে মোক নিৰ্বাচিত কৰিছে গীত পৰিৱেশনৰ বাবে।’

কমনৱেলথ গে’মছত গীত পৰিৱেশনৰ বাবে পাটোৱাৰী অহা ৪ এপ্ৰিলত ৰাওনা হ’ব।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd