• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেডমিণ্টন লীগৰ প্ৰথম খেলতে সিন্ধুৰ সৈতে মুখামুখি হ’ব চাইনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2017 5:38 pm

1 min read

বেডমিণ্টন লীগৰ প্ৰথম খেলতে সিন্ধুৰ সৈতে মুখামুখি হ’ব চাইনা
105
VIEWS
Share on FacebookShare on Twitter

তৃতীয় বাৰ্ষিক ভ’ডাফ’ন প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ শুভাৰম্ভণিৰ দিনাই মুখামুখি হ’ব দুই ভাৰতীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পি ভি সিন্ধু আৰু চাইনা নেহৱাল। গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড’ৰ ষ্টেডিয়ামত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ শুভাৰম্ভণি কৰিব আৰু উদ্বোধনী খেলতে বিশ্বৰ শক্তিশালী এই দুগৰাকী খেলুৱৈয়ে পৰস্পৰৰ মুখামুখি হ’ব।

যোৱা বাৰৰ চেম্পিয়ন দল চেন্নাই স্মেচাৰ্চৰ হৈ সিন্ধু আৰু লীগৰ আটাইতকৈ ধাৰাবাহিকতা বজাই ৰখা দল এৱাধে ৱেৰিয়ৰ্ছৰ হৈ চাইনা নেহৱালে প্ৰতিদ্বন্দ্বিতা কৰিব। লক্ষণীয় যে বৰ্তমান সময়ত বিশ্ব বেডমিণ্টন ৰেংকত সিন্ধু তৃতীয় স্থানত আছে আৰু চাইনাৰ সৈতে মুখামুখিত এতিয়ালৈ ২-১ত আগবাঢ়ি আছে।

এই খেলখনৰ জৰিয়তে দুই ভাৰতীয় মহিলা খেলুৱৈয়ে নিজৰ নিজৰ দলক অগ্ৰগতি দিয়াৰ বাবে চেষ্টা কৰিব। ইয়াৰ উপৰি এই টুৰ্নামেণ্টত পুৰুষৰ বিশ্বৰ ১ নং খেলুৱৈ ভিক্তৰ এক্সলেচন(ডেনমাৰ্ক) আৰু মহিলাৰ ১ নং খেলুৱৈ টায় যু ৱায়িং(টাইৱান)ৰ দৰে আগশাৰীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

উল্লেখনীয় যে এই টুৰ্নামেণ্টখনত দুটা নতুন দল আহমেদাবাদ স্মেছ মাষ্টাৰ্ছ আৰু নৰ্থ ইষ্টাৰ্ন ৱেৰিয়ৰ্ছ সহিতে মুঠ ৮টা দলে শ্ৰেষ্ঠত্বৰ বাবে যুঁজ দিব। প্ৰত্যেক দলৰ লগতে এজনকৈ জুনিয়ৰ খেলুৱৈয়ে নিজ দলৰ অভিজ্ঞ খেলুৱৈৰ পৰা শিকাৰ অৰ্থে দলৰ লগত যাত্ৰা কৰিব।

Recent News

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

‘লাভ জেহাদ’ :  মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

‘লাভ জেহাদ’ : মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd