• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আছুৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গুৱাহাটী , December 8, 2017 6:49 pm

2 min read

ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আছুৰ আহ্বান
469
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ পানী দূষিত হোৱা বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। আজি ছাত্ৰ সংগঠনটোৱে nenow.in লৈ প্ৰেৰণ কৰা সভাপতি  দীপাংক কুমাৰ নাথ স্বাক্ষৰিত এটা প্ৰেছবিজ্ঞপ্তিতৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। তেওঁলোকে কয় যে ব্ৰহ্মপুত্ৰ অসমৰ আয়ুসৰেখা আৰু ইয়াৰ পানী দূষিত হোৱাটো এটা ভয়ংকৰ প্ৰাকৃতিক দুৰ্য্যোগ বুলিব পাৰি। সংগঠনটোৱে এই দুৰ্যোগটো সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতা আৰু হস্তক্ষেপ দাবী কৰিছে। আছুৱে লগতে কয় যে গংগা নদীৰ এনে সংকট হোৱা হ’লে গোটেই নেতাসকল উবুৰিখাই পৰিলহেঁতেন। কিন্তু অসমৰ ক্ষেত্ৰত হোৱা বাবে কাণসাৰ কৰা নাই। ইয়াক কেন্দ্ৰৰ বৈষম্য বুলি তেওঁলোকে অভিহিত কৰে। আনহাতে বিষয়টোক উচিত গুৰুত্ব সহকাৰে কেন্দ্ৰৰ ওচৰলৈ নিব নোৱৰা বাবেও আছুৱে ৰাজ্য চৰকাৰক সমালোচনা কৰে। তাৰোপৰি অসম চৰকাৰে এতিয়াও অসমৰ মানুহক বিকল্প খোৱাপানীৰ যোগান ধৰিব পৰা নাই আৰু প্ৰদূষণ পৰিষদৰ ভূমিকাও নিষ্ক্ৰিয় বুলি সংগঠনটোৱে অভিযোগ কৰে। ব্ৰহ্মপুত্ৰক ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উপযুক্ত ব্যৱস্থা ল’বই লাগিব বুলি সংগঠনটোৱে দাবী কৰে। কেন্দ্ৰই অসমলৈ বিভাগীয় মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ দল প্ৰেৰণ কৰাৰো দাবী তোলে সংগঠনটোৱে। এই ভয়ংকৰ দুৰ্য্যোগটো ক’ৰ পৰা হৈছে, কিয় হৈছে এইবোৰ কথা দেশবাসী তথা অসমৰ ৰাইজক জনাওক। কোনো কথা ৰাইজৰ পৰা লুকুওৱা উচিত নহয় বুলি বিবৃতোটোত কোৱা হৈছে। সংগঠনটোৱে বিদেশত থকা বিজ্ঞানী, অভিযন্তা, বিশেষজ্ঞ অসমীয়াসকলকো এই সমস্যাটোৰ বিষয়ে পৃথিৱীৰ এই বিষয়ৰ বিশেষজ্ঞসকলক অৱগত কৰাবলৈ অনুৰোধ জনায়।

উল্লেখযোগ্য যে চীনে সুৰংগ খান্দি চিয়াং নদীৰ পানী অন্যফালে বোৱাবলৈ চেষ্টা কৰাৰ বাবে ইয়াৰ পানীত চিমেণ্ট-মাটি মিহলি হৈ দূষিত হোৱা বুলি ভাৰতৰ কিছু কিছু সংবাদমাধ্যমৰ লগতে অসম তথা অৰুণাচলৰ জনসাধাৰণে সন্দেহ প্ৰকাশ কৰি আছে। চিয়াং নদী হ’ল ব্ৰহ্মপুত্ৰৰ উজনিৰ এটা সুঁতি। এই নদীৰ পানী দূষিত হোৱা বাবে ব্ৰহ্মপুত্ৰৰ পানীও দূষিত হৈছে।

Recent News

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

a supr

অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিলে উচ্চতম ন্যায়ালয়ৰ দুই মহিলা ন্যায়াধীশক, কাবুলত উত্তেজনা

index.jpg

লোমহৰ্ষক অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছয় বাছযাত্ৰীৰ; অন্য ৩০ গৰাকী যাত্ৰী অগ্নিদগ্ধ হৈ আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd