অনুমতিবিহীনভাৱে পবিতৰা অভয়াৰণ্যত মাছ মৰাক লৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ ধলাবিলত সহস্ৰাধিক লোকে মাছ মাৰি থকা অৱস্থাত বন বিভাগৰ কৰ্মী উপস্থিত হৈ বিলখনত মাছ মৰা কাৰ্য্যত বাধা দিব খোজে। মাছমৰীয়াই আৰক্ষী আৰু বনকৰ্মীৰ কথাত গুৰুত্ব নিদিয়াত তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ অৰক্ষী-বনবিভাগৰ লোকে শূন্যলৈ গুলীচালনা কৰে।
ব্ৰেকিং নিউজ : মাছ মৰাক লৈ পবিতৰা অভয়াৰণ্যত উত্তপ্ত পৰিস্থিতি
-
By Nenow
- Categories: অসম
Related Content
পান্নুন হত্যাৰ ষড়যন্ত্ৰত ভাৰতৰ প্ৰাক্তন RAW ৰ বিষয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিলে আমেৰিকাই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 18, 2024 8:11 am
শিক্ষক সমাজক বন্ধা শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰেঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 9:16 pm
এইবাৰ অসমত ৰেল দুৰ্ঘটনা! লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টা ডবা লাইনচ্যুত
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 8:27 pm
উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ আপৰ ৰাজ্যিক সভাপতিৰ আদৰণি ; ঐতিহাসিক ৰায় আখ্যা দিলে মনোজ ধানোৱাৰে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 6:33 pm
নিউজিলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৪৬ ৰানতে অল আউট ভাৰত; শূন্যতে উভতিল ৫ জনকৈ বেটছমেন
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 2:31 pm
সুৰা নিষিদ্ধ বিহাৰ! উৎসৱৰ সময়ত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু; চিকিৎসালয়ত ভৰ্তি বহুতো
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
October 17, 2024 1:09 pm