• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰগীত প্ৰতিযোগিতা : শ্ৰীমন্ত শংকৰ একাডেমীৰ শ্ৰেয়া, বিমৃশাই লাভ কৰিছে প্ৰথম পুৰস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2018 10:47 am
prize-2-570x320

ফটো : এন ই নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীমন্ত শংকৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গুৱাহাটীৰ দিচপুৰৰ ইয়াৰ বিদ্যালয় চৌহদত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰয়াত বীনা চৌধুৰীৰ স্মৃতিত শনিবাৰে এখন আন্ত:বিদ্যালয় বৰগীত প্ৰতিযোগিতাৰ আয়োজন কৰে।

অধ্যক্ষ ড০ গীতা দত্ত বৰুৱাই তেওঁৰ উদ্গনিমূলক ভাষণেৰে অনুষ্ঠানত উপস্থিত থকা সকলোকে আদৰণি জনায়।

বিশিষ্ট সংগীতজ্ঞ তথা সুৰকাৰ ৰমেন চৌধুৰীয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এক সাৰুৱা ভাষণ আগবঢ়ায়।

Prize-3-768x512
ফটো : এন ই নাও

 

চৌধুৰীয়ে তেওঁৰ ভাষণত বৈষ্ণৱ গুৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ এই অনবদ্য সৃষ্টিৰ ওপৰত আলোকপাত কৰে। সংগীতজ্ঞগৰাকীয়ে লগতে নতুন প্ৰজন্মৰ মাজত মহাপুৰুষ দুগৰাকীৰ বাণীসমূহ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে।

বিদ্যালয় চৌহদত আয়োজন কৰা বৰগীত প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল খনা দাস, অনন্ত ওজা আৰু কৃষ্ণ গোস্বামী।

প্ৰতিযোগিতাখনত শ্ৰীমন্ত শংকৰ একাডেমীৰ শ্ৰেয়া দাস আৰু বিমৃশা বিমলে যুটীয়াভাৱে প্ৰথম পুৰস্কাৰ লাভ কৰে। দিল্লী পাব্লিক স্কুলৰ কৃষ্ণা ডেকা আৰু ছেন্ট ফ্ৰান্সিস ডি’ এএছএছআইএছআই ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ দেবাং ৰাজ কলিতাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে।

Competition-570x320
ফটো : এন ই নাও

পুৰস্কাৰ লাভ কৰা সকলক এটা ট্ৰফীৰ লগতে প্ৰথম পুৰস্কাৰৰ বাবে ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰৰ বাবে ৭,০০০ টকা, তৃতীয় পুৰস্কাৰৰ বাবে ৫,০০০ টকা আৰু নিচুকনি পুৰস্কাৰ ৩,০০০ টকাকৈ আগবঢ়োৱা হয়।

প্ৰতিযোগিতাখনত ১৯ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

অধ্যক্ষ ড০ গীতা দত্ত বৰুৱাই কয়, ‘’ অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব যিটো সকলোৱে মনত ৰাখিব।‘’

Prize-768x463
ফটো : এন ই নাও

ইয়াৰ আগেয়ে বিদ্যালয়খনে যোৱা বছৰৰ ৪ ডিচেম্বৰত ‘ফাষ্ট ষ্ট্ৰোক-৩’ শীৰ্ষক এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। চিত্ৰ প্ৰদৰ্শনীখন গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশিষ্ট শিল্পী মুনীন্দ্ৰ নাৰায়ন ভট্টাচাৰ্যই মুকলি কৰিছিল।

বৰগীত হৈছে পোন্ধৰ-ষোল্ল শতিকাত বৈষ্ণৱ গুৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা সুৰীয়া গীত। ‘একশৰণ নাম ধৰ্ম’ৰ লগত জড়িত নামঘৰসমূহত বৰগীতক প্ৰাৰ্থনা সেৱাত ব্যৱহাৰ কৰা হয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd