• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰগীত প্ৰতিযোগিতা : শ্ৰীমন্ত শংকৰ একাডেমীৰ শ্ৰেয়া, বিমৃশাই লাভ কৰিছে প্ৰথম পুৰস্কাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 22, 2018 10:47 am
prize-2-570x320

ফটো : এন ই নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীমন্ত শংকৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গুৱাহাটীৰ দিচপুৰৰ ইয়াৰ বিদ্যালয় চৌহদত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰয়াত বীনা চৌধুৰীৰ স্মৃতিত শনিবাৰে এখন আন্ত:বিদ্যালয় বৰগীত প্ৰতিযোগিতাৰ আয়োজন কৰে।

অধ্যক্ষ ড০ গীতা দত্ত বৰুৱাই তেওঁৰ উদ্গনিমূলক ভাষণেৰে অনুষ্ঠানত উপস্থিত থকা সকলোকে আদৰণি জনায়।

Apply Now

বিশিষ্ট সংগীতজ্ঞ তথা সুৰকাৰ ৰমেন চৌধুৰীয়ে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এক সাৰুৱা ভাষণ আগবঢ়ায়।

Prize-3-768x512
ফটো : এন ই নাও

 

চৌধুৰীয়ে তেওঁৰ ভাষণত বৈষ্ণৱ গুৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ এই অনবদ্য সৃষ্টিৰ ওপৰত আলোকপাত কৰে। সংগীতজ্ঞগৰাকীয়ে লগতে নতুন প্ৰজন্মৰ মাজত মহাপুৰুষ দুগৰাকীৰ বাণীসমূহ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে।

বিদ্যালয় চৌহদত আয়োজন কৰা বৰগীত প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্বত আছিল খনা দাস, অনন্ত ওজা আৰু কৃষ্ণ গোস্বামী।

প্ৰতিযোগিতাখনত শ্ৰীমন্ত শংকৰ একাডেমীৰ শ্ৰেয়া দাস আৰু বিমৃশা বিমলে যুটীয়াভাৱে প্ৰথম পুৰস্কাৰ লাভ কৰে। দিল্লী পাব্লিক স্কুলৰ কৃষ্ণা ডেকা আৰু ছেন্ট ফ্ৰান্সিস ডি’ এএছএছআইএছআই ছিনিয়’ৰ ছেকেণ্ডাৰী স্কুলৰ দেবাং ৰাজ কলিতাই ক্ৰমে দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে।

Competition-570x320
ফটো : এন ই নাও

পুৰস্কাৰ লাভ কৰা সকলক এটা ট্ৰফীৰ লগতে প্ৰথম পুৰস্কাৰৰ বাবে ১০,০০০ টকা, দ্বিতীয় পুৰস্কাৰৰ বাবে ৭,০০০ টকা, তৃতীয় পুৰস্কাৰৰ বাবে ৫,০০০ টকা আৰু নিচুকনি পুৰস্কাৰ ৩,০০০ টকাকৈ আগবঢ়োৱা হয়।

প্ৰতিযোগিতাখনত ১৯ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

অধ্যক্ষ ড০ গীতা দত্ত বৰুৱাই কয়, ‘’ অনুষ্ঠানটো সদায় স্মৰণীয় হৈ থাকিব যিটো সকলোৱে মনত ৰাখিব।‘’

Prize-768x463
ফটো : এন ই নাও

ইয়াৰ আগেয়ে বিদ্যালয়খনে যোৱা বছৰৰ ৪ ডিচেম্বৰত ‘ফাষ্ট ষ্ট্ৰোক-৩’ শীৰ্ষক এখন চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। চিত্ৰ প্ৰদৰ্শনীখন গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশিষ্ট শিল্পী মুনীন্দ্ৰ নাৰায়ন ভট্টাচাৰ্যই মুকলি কৰিছিল।

বৰগীত হৈছে পোন্ধৰ-ষোল্ল শতিকাত বৈষ্ণৱ গুৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা সুৰীয়া গীত। ‘একশৰণ নাম ধৰ্ম’ৰ লগত জড়িত নামঘৰসমূহত বৰগীতক প্ৰাৰ্থনা সেৱাত ব্যৱহাৰ কৰা হয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd