• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ভাৰতীয় বায়ুসেনাৰ উপ-মুখ্য সেনাধ্যক্ষক সাক্ষাৎ অৰুণাচলৰ ৰাজ্যপালৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
June 8, 2018 2:54 pm
Arunachal Governor Mishra with Vice Air Marshal (1)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ (ড০) বি ডি মিশ্ৰই নতুন দিল্লীত বায়ুসেনা বাহিনীৰ উপ সেনাধ্যক্ষ, এয়াৰ মাৰ্শ্বেল এছ বি দেওক (পিভিএছএম, এভিএছএম, ভিএম, ভিএছএম, এডিচি) সাক্ষাৎ কৰে। ৰাজ্যপাল মিশ্ৰই সেনাধ্যক্ষগৰাকীক সাক্ষাৎ কৰি অৰুণাচলী যুৱক-যুৱতীসকলে ভাৰতীয় সামৰিক বাহিনীৰ বিষয়া হিচাপে সেৱা আগবঢ়োৱাৰ উৎসাহিত কৰাৰ বাবে আৰম্ভণি কৰা ‘পে বেক টু দ্য ছ’চাইটী, অৰুণাচল প্ৰদেশ’ নামৰ কাৰ্যসূচীটোৰ ওপৰত এটা চমু ধাৰণা প্ৰদান কৰে।

ৰাজ্যখনৰ স্বাৰ্থৰ হকে, বিশেষকৈ যুৱশক্তিৰ স্বাৰ্থৰ হকে ৰাজধানী দিল্লীত বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত ৰাজ্যপালগৰাকীয়ে ভাৰতীয় বায়ুসেনা বাহিনীৰ উপ মুখ্য সেনাধ্যক্ষগৰাকীক সাক্ষাৎ কৰি তেওঁক জনায় যে অৰুণাচলৰ পৰা ভাৰতীয় সামৰিক বাহিনীত কৰ্তব্যৰত মহিলা বিষয়াসহ কেইগৰাকীমান  বিষয়াই ‘পে বেক টু ছ’চাইটী’ নামৰ এটা গোট গঠন কৰিছে।  ৰাজ্যপালগৰাকীৰ অনুৰোধত গঠিত এই গোটটোৰ সদস্যসকলে ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়লৈ গৈ ভাৰতীয় সামৰিক বাহিনীত বিষয়া হিচাপে যোগদান কৰি দেশলৈ সেৱা আগবঢ়োৱাৰ বাবে বাবে যুৱচামক অনুপ্ৰেৰণা যোগাব।

Apply Now

ৰাজ্যপালগৰাকীয়ে উপ-মুখ্য সেনাধ্যক্ষগৰাকীক অনুৰোধ কৰে যাতে এই গোটটোৰ অন্তৰ্গত বিষয়াসকলক বছৰৰ কেইদিনমান ছুটি প্ৰদান কৰি তেওঁলোকক ৰাজ্যখন ভ্ৰমণ কৰি ‘পে বেক টু ছ’চাইটী’ৰ অন্তৰ্গত সামাজিক অভিযান বাস্তৱায়িত কৰাৰ সুযোগ প্ৰদান কৰে।

উপ-মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৰাজ্যপালগাৰকীক আশ্বাস প্ৰদান কৰে যে তেওঁ ‘পে বেক টু ছ’চাইটী’ গোটটোৰ সৈতে ইতিবাচক সহযোগিতা আগবঢ়াব। তেওঁ লগতে আৰু কয় যে অৰুণাচল প্ৰদেশ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত তথা অৰুণাচলৰ যুৱচামৰ ভৱিষ্যত গঠন কৰাত অৱদান যোগাবলৈ পালে তেওঁ আনন্দ লাভ কৰিব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd