• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-ভূটান দ্বিপাক্ষিক সম্পৰ্কৰ ৫০বছৰ পূৰ্তি উপলক্ষে ছিকিমত বিশেষ অনুষ্ঠান

NE NOW NEWS এন ই নাও নিউজ
গেংটক , February 11, 2018 2:42 pm

1 min read

Indo-Bhutan-ties
71
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে ৫০ বছৰীয়া দ্বিপাক্ষিক সম্পৰ্কৰ পূৰ্তি উপলক্ষ্যে আজি ছিকিমত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। হিন্দু হেৰিটেজ ফাউণ্ডেশ্যন আৰু ৱৰ্লড অৰ্গেনাইজেশ্যন অৱ ষ্টুডেণ্টছ এণ্ড য়ুথ, ছিকিমৰ উদ্যোগত গেংটকৰ সমীপৰ ৰাণীপুলত অনুষ্ঠিত অনুষ্ঠানটোত ৰাজ্যখনৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

‘ভাৰতৰ বাবে ভূটান আৰু ভূটানৰ বাবে ভাৰত’ শীৰ্ষক অনুষ্ঠানটোত উপস্থিত থাকি ছিকিমৰ স্বাস্থ্য মন্ত্ৰী এ কে ঘাটানীয়ে কয়- দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক উন্নীতকৰণৰ জৰিয়তে দুয়ো দেশৰ পাৰস্পাৰিক সম্পৰ্ক যথেষ্ট উন্নত হ’ব।

তেওঁ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভূটানৰ ৰজা-ৰাণীক জম্ম মাহৰ অভিনন্দন জ্ঞাপন কৰে।

আনহাতে প্ৰধান উদ্যোক্তা তথা হিন্দু হেৰিটেজ ফাউণ্ডেশ্যনৰ সমন্বয়ক প্ৰশান্ত হৰটলকাৰে অনুষ্ঠানটোত ঐতিহ্যময় অতীত, স্পণ্ডিত বৰ্তমান আৰু ভৱিষ্যৎ আকাংক্ষাৰ প্ৰতিফলন ঘটিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য যে অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক ৰাহুল সিঙে হিন্দু হেৰিটেজ ফাউণ্ডেশ্যনৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোকপাত কৰে।

আনহাতে ছিকিমত অনুষ্ঠিত অনুষ্ঠানটোত বহু সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে বহুকেইটা সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে।

এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে ভাৰত-ভূটান সম্পৰ্কই এক নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

 

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd