• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোটগ্ৰহণৰ মাজতে নাগালেণ্ডৰ মন জিলাত বিস্ফোৰণত এজন আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 12:32 pm
Nagaland
91
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ মাজতে এক বিস্ফোৰণে কঁপাই তুলিছে নাগালেণ্ডক।

স্থানীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি অনুসৰি নাগালেণ্ডৰ মন জিলাত টিজিট নামৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱা সংঘটিত হয় এটা বিস্ফোৰণ।নিৰাপত্তাৰক্ষীয়ে প্ৰকাশ কৰা মতে এই বিস্ফোৰণটোৰ ফলত এতিয়ালৈ এজন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাথমিকভাৱে এয়া এক বোমা বিস্ফোৰণ বুলি নিৰাপত্তাৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

মন জিলাৰ টিজিট নামৰ কেন্দ্ৰটোত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ প্ৰায় এঘণ্টাৰ পাছতে হোৱা এই বোমা বিস্ফোৰণে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ভোটাৰসকলৰ মাজতো ইয়াক লৈ যথেষ্ট হুৱাদুৱা লাগে।

শেহতীয়া বাতৰি অনুসৰি অৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে।

অৱশ্যে আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিৰাপত্তাৰক্ষীৰ অসাৱধনতাৰ বাবে গুলী ফুটি লোকজন আহত হৈছে। নিৰ্বাচন আয়োগে এই সন্দৰ্ভত আনুষ্ঠনিক ঘোষণা কৰিলেহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

মন কৰিবলগীয়া বিষয় এইটোৱে যে নাগালেণ্ডত পুৱা ৯ বজালৈ প্ৰায় ১৭ শতাংশ লোকে ভোটদান কৰাৰ বিপৰীতে মেঘালয়ত ভোটদানৰ হাৰ আছিল ১৬ শতাংশ।

পৰৱৰ্তী পৰ্যায়ত ভোটদানৰ হাৰ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

Recent News

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটীৰ পদ পথত উচ্ছেদ অভিযান

ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত

ডকাইতে নহয়, কন্যা আৰু পত্নীয়ে হত্যা কৰিছিল উত্তম গগৈক : নৱম শ্ৰেণীৰ কন্যাৰ প্ৰেমিক জড়িত আছিল হত্যাকাণ্ডত

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন একাদশ শ্ৰেণীৰ ছাত্ৰৰ : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক যৌন নিৰ্যাতন একাদশ শ্ৰেণীৰ ছাত্ৰৰ : জৱাহৰ নৱোদয় বিদ্যালয়ত ভয়ংকৰ কাণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd