• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ বনাঞ্চল সমূহত বৃদ্ধি পোৱা ধংসাত্মক কাৰ্যকলাপৰ বাবে অসন্তুষ্টি প্ৰকাশ প্ৰকৃতি প্ৰেমীৰ

NE NOW NEWS চভাপতি চামম
ইম্ফল , February 8, 2018 12:05 pm

2 min read

Gadai hill range
130
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ টামেংলঙ জিলাৰ গাডাই হিল বনাঞ্চলৰ গছ-বন অবাধে কাটি টহিলং কৰাৰ বিষয়টোৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে টামেংলঙৰ ৰেইনফৰেষ্ট ক্লাব নামৰ বন্যপ্ৰাণী আৰু পৰিৱেশ সংৰক্ষণ সংস্থা এটাই।

‘আমি গডাই হিল বনাঞ্চল সংৰক্ষণ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলায় আছো কিয়নো ইয়াৰ ফলত এই অঞ্চলৰ লোক সকল যথেষ্ট উপকৃত হ’ব’, টামেংলঙৰ ৰেইনফৰেষ্ট ক্লাবৰ বিষয়ববীয়াই এইদৰে কয়। তদুপৰি কয় ‘সেয়েহে আমি ভৱিষ্যতৰ বাবে পৰিৱেশ সংৰক্ষণ কৰিব লাগে’।

উল্লেখযোগ্য যে গডাই হিল বনাঞ্চলৰ মূল্যৱান পাইন গছকে ধৰি অন্যান্য গছ-গছনিবোৰ বিভিন্ন কাৰণত দুষ্ট চক্ৰই কাটি নিয়াৰ লগতে অবাধে ধংস কাৰ্য চলাই আছে।

তাৰোপৰি ৰাজ্যিক বন বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বন্যপ্ৰেমী সংস্থাৰ সহযোগত গডাই হিল বনাঞ্চল তথা কাষৰীয়া অঞ্চল সমূহৰ পৰিৱেশ সংৰক্ষণ তথা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ উপৰি গছ-গছনি ৰোপনৰো ব্যৱস্থা কৰি আহিছে। তেওঁলোকে মূল্যৱান গছসমূহ সংৰক্ষিত কৰাৰ বাবে বিভিন্ন চিহ্নৰো ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে।

বুধবাৰে টামেংলঙ জিলাৰ উপায়ুক্ত আৰ্মষ্ট্ৰং পেম, বন্যপ্ৰাণী ৱাৰ্ডেন ড০ চাম্বো গনমেই, টামেংলঙ আৰক্ষী আৰু ৰেইনফৰেষ্ট ক্লাবৰ বিষয়ববীয়াই উক্ত বনাঞ্চলখন পৰিদৰ্শন কৰাৰ পিছতে বনাঞ্চলখনত চলি থকা অবাধ কাৰ্যকলাপৰ বিষয়ে উমান পায়।

বনাঞ্চল পৰিভ্ৰমণকাৰী দলটো দুষ্ট চক্ৰৰ গতি বিধি দেখি হতবাক হৈ পৰে। বনাঞ্চলখনত চিহ্নিত কৰা প্ৰায়বোৰ গছে দুষ্কৃতিকাৰীয়ে কটা অৱস্থাত দেখা পায়। ইয়াৰ উপৰি দলটোৱে এটা যন্ত্ৰও উক্ত বনাঞ্চলত দেখা পায় যিটোৰে অঞ্চলবাসীয়ে গছ কটা কাৰ্যত ব্যৱহাৰ কৰে।

‘আমি বনাঞ্চলখনত আচৰিতভাবে প্ৰত্যক্ষ কৰো এটা শিল কুঁৱৰী। যিটোৰ সহায়ত অঞ্চলবাসীয়ে বনাঞ্চল ধংস কৰি আৰম্ভ কৰিছে শিলৰ ব্যৱসায়’, এই অভিযোগ ৰেইনফৰেষ্ট ক্লাবৰ সদস্যৰ।

উল্লেখ্য যে বনাঞ্চলখনত ঘৰচীয়া জন্তু বিচৰণ কৰা নিষিদ্ধ যদিও দলটোৱে বিভিন্ন ঘৰচীয়া জন্তু ভ্ৰমণৰ সময়ত প্ৰত্যক্ষ কৰে। তাৰোপৰি বনাঞ্চলখনত গছ কটা কাৰ্যত লিপ্ত থকা কিছু শ্ৰমিকক জিলা প্ৰশাসনে আটক কৰি সোধ পোচৰ বাবে লৈ অহা বুলি জানিবলৈ দিয়ে।

আনহাতে বনাঞ্চলখনত বৃদ্ধি পোৱা অবাধ কাৰ্যসূচী শীঘ্ৰে ৰোধ কৰাৰ বাবে জিলা উপায়ুক্তই বিভাগীয় কৰ্তৃপক্ষক জৰুৰী নিৰ্দেশ দিয়ে।

স্মৰ্তব্য যে মণিপুৰৰ টামেংলঙ জিলাখনৰ মুঠ ১৬,৯০০ বৰ্গ কিলোমিটাৰ অঞ্চল সম্পূৰ্ণ বনাঞ্চলৰে ভৰা।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd