DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ ম’ৰে-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথত ৩৪.৮৬ লাখ টকাৰ সোণৰ বিস্কুট

সভাপতি চামম by সভাপতি চামম
May 20, 2018 6:04 pm
Assam Rifles recovers gold bars in Manipur
76
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ম’ৰে-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ খুডেংথাবিত শণিবাৰে ১২ নং অসম ৰাইফলছৰ জোৱানে অভিযান চলাই ৭ দোখৰ সোণৰ বিস্কুট উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য মতে খুডেংথাবিত থকা নিৰীক্ষণ চকীত ম’ৰেৰ পৰা ইম্ফল অভিমুখে গৈ থকা এখন মাৰুটি ভানত চলোৱা তালাচিত উক্ত সোণখিনি জব্দ কৰা হয়।

এই সংক্ৰান্তত গাড়ীখনৰ চাকলগৰাকীক আটক কৰি ম’ৰেত থকা Customs Preventive Force ৰ হাতত জব্দ কৰা সোণখিনিৰ সৈতে চমজাই দিয়া হয়। ধৃত চালক গৰাকীৰ ঘৰ মণিপুৰৰ থাউবাল জিলাত বুলি জানিবলৈ দিয়া অসম ৰাইফলছৰ এটা সূত্ৰই তদন্ত চলি থকাৰ বাবে তেওঁৰ নাম প্ৰকাশ কৰাৰ বিৰত থাকে।

আনহাতে উদ্ধাৰ হোৱা সোণখিনিৰ ওজন ১.১৬২ কিলো বুলি উল্লেখ কৰি সূত্ৰটোৱে সোণখিনিৰ বজাৰ মূল্য ৩৪.৮৬ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে।

অসম ৰাইফলছৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিমতে যোৱা শুকুৰবাৰেও খুডেংথাবিত থকা উক্ত নিৰীক্ষণ চকীত ১২ নং অসম ৰাইফলছে ৭.৫ লাখ কিয়াট ( ম্যানমাৰৰ মুদ্ৰা)ৰ সৈতে দুজন অনুপ্ৰৱেশকাৰীক আটক কৰিছিল।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd