• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰ বিশ্ববিদ্যালয়ত সংস্কৃতি-সভ্যতা বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আৰম্ভ

সভাপতি চামম by সভাপতি চামম
March 21, 2018 8:58 pm
Manipur-seminar-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে  উত্তৰ-পূৰ্বাঞ্চল আৰু  ম্যানমাৰৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ ওপৰত এখন তিনি দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ আৰম্ভ হৈছে মণিপুৰ বিশ্ববিদ্যালয় চৌহদত।‘নৰ্থ-ইষ্ট ইণ্ডিয়া এণ্ড ম্যানমাৰ : ৰিভিজিটিং কালছাৰেল এণ্ড চিভিলাইজেশ্যনেল কানেকশ্যনছ’  শীৰ্ষক আলোচ্য বিষয়েৰে কলকাতাৰ মৌলানা আবুল কালাম আজাদ ইন্সটিটিউট অৱ এছিয়ান ষ্টাডিজ আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগে এই আলোচনাচক্ৰখন যুটীয়াভাৱে আয়োজন কৰিছে।

মণিপুৰৰ কলা আৰু সংস্কৃতি মন্ত্ৰী জয়ন্তকুমাৰ সিঙে এই আলোচনাচক্ৰখন উদ্বোধন কৰিছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ ৰাখি জয়ন্তকুমাৰ সিঙে উত্তৰ-পূব ভাৰতৰ ভিতৰত মণিপুৰৰ শিল্পীসকলে কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত লাভ কৰা সন্মানৰ উদাহৰণসমূহ উল্লেখ কৰে। তেও কয় যে এই আলোচনাচক্ৰখনে এটা নতুন দিশ মুকলি কৰিব।

সভাপতিৰ ভাষণত অধ্যাপক এ পি পাণ্ডেই কয়, ‘এই আলোচনাচক্ৰখন ভাৰত আৰু সামগ্ৰিকভাৱে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ ম্যানমাৰৰ বিকাশৰ কাৰণে। মনত নথকা বিনৰে পৰাই ভাৰতৰ সৈতে ইয়াৰ চুবুৰীয়া দেশসমূহৰ এটা সুসম্পৰ্ক বজাই আছিল।‘ তেওঁ মণিপুৰ বিশ্ববিদ্যালয়ত এটা মৌলানা আবুল কালাম আজাদ ইন্সটিটিউট অৱ এছিয়ান ষ্টাডিজৰ এটা কেন্দ্ৰ খোলাৰো প্ৰস্তাৱ আগবঢ়ায়।

আলোচনাচক্ৰখনৰ ধাৰণা আৰু উপ বিষয়বস্তুৰ ওপৰত চমু বক্তব্য ৰাখি মণিপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপিকা কুঞ্জেশ্বৰী দেৱীয়ে কয় যে সাংস্কৃতিক কাৰক আৰু সাংস্কৃতিক সম্প্ৰদায়ৰ বাবে উত্তৰৰপূৰ্বাঞ্চলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

উত্তৰ-পূব ভৰত আৰু ম্যানমাৰৰ সম্পৰ্ক এটাৰ এটা গুৰুত্বপূৰ্ণ দিশ আছে বুলি তেওঁ উল্লেখ কৰিছে।

অধ্যাপক এন জয়কুমাৰ সিং আৰু মণিপুৰ বিশ্ববিদ্যালয়ৰ আলোচনাচক্ৰ সমন্বয়ক ড০ সুধীৰকুমাৰ সিঙেও অনষ্ঠানটোত নিজৰ বক্তব্য ৰাখে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd